উপভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
1 নং শাৰী: 1 নং শাৰী:
{{unreferenced}}
{{unreferenced}}
কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ ঘটে এনেদৰে কিছু দিনৰ পাছত সেই ভাষা সম্প্ৰদায়টোৰ সৰু সৰু ক্ষেত্ৰ বা অঞ্চল বিশেষে কিছুমান আঞ্চলিক ৰূপ গঢ় লৈ উঠে। দীৰ্ঘদিন ব্যৱধানৰ অন্তত এটা ক্ষেত্ৰীয ৰূপৰ সৈতে অন্য এটা ক্ষেত্ৰীয ৰূপৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত দিশত কিছুমান পাৰ্থক্য পৰিলক্ষিত হ'লেও এটা অঞ্চলৰ মানুহে অন্য এটা অঞ্চলৰ ভাষা সম্পূৰ্ণৰূপে বুজি পায়। সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে এনে ভেদবোৰ চকুত পৰে। এনেদৰে একোটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰৰ সেই কথিত ৰূপসমূহক প্ৰধান বা মূল ভাষাটোৰ উপভাষা বুলি কোৱা হয়।

ওপৰৰ টোকাটো ড৹ অৰ্পনা কোঁৱৰৰ "ভাষাবিজ্ঞান উপক্ৰমণিকা" গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

13:58, 28 November 2020ৰ সংস্কৰণ