মেৰী কম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
10 নং শাৰী: 10 নং শাৰী:
| residence = [[মণিপুৰ]], [[ভাৰত]]
| residence = [[মণিপুৰ]], [[ভাৰত]]
| weight class = [[ফ্লাইৱেইট]]
| weight class = [[ফ্লাইৱেইট]]
| club =
| club =
| birth_date = {{birth date and age|df=yes|1983|3|1}}
| birth_date = {{birth date and age|df=yes|1983|3|1}}
| birth_place = কান্গাথাই, [[মণিপুৰ]], [[ভাৰত]]
| birth_place = কান্গাথাই, [[মণিপুৰ]], [[ভাৰত]]
46 নং শাৰী: 46 নং শাৰী:

==জীৱনৰ প্ৰথমচোৱা আৰু পৰিয়াল==
==জীৱনৰ প্ৰথমচোৱা আৰু পৰিয়াল==
[[মণিপুৰ]]ৰ [[কাংগ্‌থাই]]ত মেৰীৰ জন্ম হয়। তেওঁৰ দেউতাক মাংগ্‌তে তন্‌পা কম আৰ মাক মাংগ্‌তে আখাম কমে [[ঝুম খেতি]] কৰি জীৱিকা নিৰ্বাহ কৰিছিল।<ref>{{cite web|title=NE India:Indigenous Women dream to win World Boxing Champion 2012|url=http://www.indigenousportal.com/Sport/NE-India-Indigenous-Woman-dream-to-win-World-Boxing-Champion-2012.html}}</ref> তেওঁ প্ৰাথমিক শিক্ষা আৰু ষষ্ঠ শ্ৰেণীলৈকে [[মৈৰাঙ]]ৰ লোকটাক খ্ৰীষ্টিয়ান মডেল হাইস্কুলত, অষ্টম শ্ৰেণীলৈকে মৈৰাঙৰে ছেইণ্ট জেভিয়াৰ স্কুলত, আৰু নৱম আৰু দশম শ্ৰেণী অদিমজাতি হাইস্কুলত (Adimjati High School) পঢ়িছিল, যদিও মেট্ৰিকুলেশ্যন পাচ নকৰিলে। তেওঁ আৰু পৰীক্ষা দিবলৈ ইচ্ছা নকৰিলে। স্কুল এৰি পাছত তেওঁ ইম্ফল NOIC-ৰ পৰীক্ষা দিয়ে আৰ তথাক্ৰমে "চুৰাচন্দপুৰ কলেজ"ৰ পৰা স্নাতকতা লাভ কৰে।<ref name="Garg2010"/> এথেলেটিকচত তেওঁৰ সৰুৰেপৰাই আগ্ৰহ আছিল যদিও [[ডিংক' সিঙ]]ৰ সফলতা দেখাৰ পাছতহে তেওঁ বক্সিঙৰ প্ৰতি অনুপ্ৰাণীত হয় আৰু ২০০২ চনত বক্সাৰ হিচাবে আত্মপ্ৰকাশ কৰে।<ref name="WBAN">{{cite web|url=http://www.wban.org/biog/marykom.htm|title=Mary Kom|last=Williams|first=Dee |date=6 February 2008|publisher=(WBAN) Women Boxing Archive Network |accessdate=8 May 2010}}</ref>

তেওঁৰ পতি ''কে. অনকাৰ কম'', আৰু''ৰেচুংভাৰ'' আৰু ''খাম্‌পেনিভাৰ'' নামৰ দুজন যমজ পুত্ৰ আছে।<ref>{{cite news|last=Kumar|first=Priyanka|title=MC Mary Kom: Boxer, mother, icon|url=http://ibnlive.in.com/news/mc-mary-kom-boxer-mother-icon/237176-5-23.html|accessdate=2 June 2012|newspaper=IBN Live|date=8 March 2012}}</ref><ref>{{cite news|title=For Mary Kom, life comes second to Olympic dream|url=http://www.firstpost.com/blogs/for-mary-kom-life-comes-second-to-olympic-dream-318356.html|accessdate=2 June 2012|newspaper=First Post|date=23 May 2012}}</ref> ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।

==প্ৰাৰম্ভিক খেলজীৱন==
==প্ৰাৰম্ভিক খেলজীৱন==
61 নং শাৰী: 61 নং শাৰী:
২০১০ চনত কমে [[কাজাখস্তান]]ৰ ২০১০ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপৰ প্ৰতিযোগিতাত স্বৰ্ণপদক<ref name=E-Pao>{{cite web|last=E-Pao|title=Mangte Chungneijang Mary Kom :: Manipur Olympic Dreams 2012 London|url=http://e-pao.net/epSubPageExtractor.asp?src=leisure.Sports.Manipur_Olympic_Dreams_2012_London.Mangte_Chungneijang_Mary_Kom_Manipur_Olympic_Dreams_2012_London|work=About Mary Kom|publisher=E-Pao|accessdate=6 August 2012}}</ref>, আৰু তাৰ পাচত ২০১০ চনতে [[বাৰ্বাড'চ]]ৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত ৪৮ কিলোগ্ৰাম বিভাগত (কাৰণ AIBA -ই ইতিমধ্যে ৪৬ কিলোগ্ৰাম বিভাগটো আঁতৰাই দিছিল) একাধাৰে তেওঁৰ এই প্ৰতিযোগিতাৰ পঞ্চমটো স্বৰ্ণপদক জয় কৰে।<ref name=toi>{{cite web|title=Mary Kom wins fifth successive World Boxing Championship gold|url=http://articles.timesofindia.indiatimes.com/2010-09-19/boxing/28263496_1_ningbo-city-mc-mary-kom-world-boxing-championship-gold|publisher=The Times of India|author=Laxmi Negi|date=19-09-2010}}</ref> ২০১০ এচিয়ান গেমচৰ ৫১ কিলোগ্ৰাম শিতানত (এচিয়ান গেমচৰ নিম্নতম ওজন বিভাগ) তেওঁ মুষ্টিযুদ্ধত ব্ৰঞ্জৰ পদক পায়। {{cn|date=August 2012}} ২০১১ -ত তেওঁ চীনত অনুষ্ঠিত এচীয়া মহিলা কাপত ৪৮ কিলোগ্ৰাম শিতানত সোণৰ পদক লাভ কৰে {{cn|date=August 2012}} আৰু ২০১২ চনৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা ২০১২ AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত [[মংগোলীয়া]]ত ৫১ কিলোগ্ৰাম শ্ৰেণীত স্বৰ্ণ পদক অৰ্জন কৰে।<ref>{{cite web|url=http://www.aiba.org/en-US/news/ozqsp/newsId/4574/news.aspx|title=Mary Kom crowned Asian Champion in Ulanbaatar|date=26 March 2012}}</ref>

২০১০ চনৰ ৩ অক্টোবৰ তাৰিখৰ দিনা [[দিল্লী]]ত অনুষ্ঠিত হোৱা [[কমনৱেল্থ গেমচ]]ৰ উদ্বোদ্ধনী অনুষ্ঠানত [[কুইন্‌চ বেটন]] কঢ়িয়াবলৈ [[বিজেন্দৰ সিং|বিজেন্দৰ সিঙৰ]] লগতে কমকো মনোনীত কৰা হয়।<ref name=world_news>{{cite web|last=World News|title=Mc Mary Kom Aiba Women's World Boxing Championship|url=http://wn.com/mc_mary_kom_aiba_women%27s_world_boxing_championship?orderby=relevance&upload_time=today|work=About Mary Kom|publisher=World News|accessdate=7 June 2012}}</ref><ref>{{cite news|title=Baton for Commonwealth Games to enter India today|url=http://articles.timesofindia.indiatimes.com/2010-06-25/delhi/28298565_1_queen-s-baton-aman-ki-asha-suresh-kalmadi|accessdate=21 May 2012|newspaper=[[The Times of India]]|date=25 June 2010}}</ref> কমে প্ৰত্যাখ্যান কৰে, কাৰণ কমনৱেল্‌থ গেমচত মুষ্টিযুদ্ধ প্ৰতিযোগিতা অন্তৰ্ভুক্ত নহয়।

== অলিম্পিকত ==
== অলিম্পিকত ==
পাঁচবাৰ বিশ্ব খিতাপ অৰ্জা মেৰীয়ে ৪৮ কিলোগ্ৰাম আৰু ৪৬ কিলোগ্ৰাম শ্ৰেণীত অনেক পদক অৰ্জন কৰে। কিন্তু বিশ্ব পৰ্যায়ত ৫১ কিলোগ্ৰামক বক্সিঙৰ নিম্নতম শ্ৰেণী বুলি ধৰিবলৈ থিৰাং কৰাৰ পাছত তেওঁ ২ কিলোগ্ৰাম ওজন বঢ়াবলৈ বাধ্য হয়।

২০১২ চনৰ AIBA বিশ্ব মুষ্টিযুদ্ধ খিতাপৰ প্ৰতিযোগিতা মেৰীৰ বাবে বিশেষ আছিল। ইয়াত তেওঁ কেৱল খিতাবৰ বাবেই নহয়, কিন্ত ২০১২ চনৰ [[লণ্ডন অলিম্পিক|লণ্ডন চামাৰ অলিম্পিক]]ৰ বাছনিৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলাৰ মুষ্টিযুদ্ধক অন্তৰ্ভুক্ত কৰা হয়। ৫১ কিলোগ্ৰাম শ্ৰেণীত তেওঁ কোৱাৰ্টাৰ ফাইনেলত [[ইংলণ্ড]]ৰ [[নিকোলা আডামচ]]ৰ হাতত পৰাস্ত (এই প্ৰতিযোগিতাৰ এইখনেই প্ৰথম য'ত মেৰীয়ে কোনো পদক নাপালে) হয় যদিও লণ্ডন অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে নিৰ্বাচিত হয়। মেৰীয়েই লণ্ডন অলিম্পিকৰ বক্সিঙৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা।<ref name="TOI 18 May 2012">{{cite news|last=Times of India|title=Mary Kom qualifies for London Olympics|url=http://timesofindia.indiatimes.com/sports/tournaments/london-olympics/Mary-Kom-qualifies-for-London-Olympics/articleshow/13264657.cms|accessdate=7 June 2012|newspaper=Times of India|date=18 May 2012}}</ref>

70 নং শাৰী: 70 নং শাৰী:
মেৰীৰ লগতে লণ্ডনলৈ তেওঁৰ মাক<ref>{{cite news| url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/London-calling-for-Mary-Koms-mom-too/articleshow/15053977.cms | title= London calling for Mary Kom's mom too

| date=20 July 2012}}</ref>, পতি {{citation needed}} আৰু আমেৰিকান শিক্ষক (coach) চাৰ্লচ আট্‌কিন্‌চন যায়। অৱশ্যে চাৰ্লচ আট্‌কিন্‌চন অলিম্পিক ভিলেজত থাকিবলৈ সক্ষম নহ'ল, কাৰণ তেওঁৰ এচচিয়েচনৰ বাধ্যতামূলক AIBA ৰ ৩ ষ্টাৰ চাৰ্টিফিকেট নাছিল।<ref>{{cite web|url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Koms-American-coach-not-to-be-with-her-at-Olympics/articleshow/15327494.cms|title=Mary Kom's American coach not to be with her at Olympics

|accessdate=02-08-2012}}</ref>
|accessdate=02-08-2012}}</ref>

৫ আগষ্ট ২০১২ -অত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিক মুষ্টিযুদ্ধ খেলত মেৰীয়ে [[পোলেণ্ড]]ৰ [[কেৰলিনা মিচেলচ্‌জাক]] (Karolina Michalczuk)-অক ১৯-১৪ -অত পৰাস্ত কৰে।<ref>{{cite web|url=http://www.aiba-london2012.com/index.php/news/535-women-make-history|title=Women make history|author=AIBA|date=5 August 2012|accessdate=5 August 2012}}</ref><ref>{{cite web|url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Kom-proud-to-win-on-historic-day/articleshow/15365965.cms

| title=Mary Kom proud to win on historic day |date=5 August 2012|accessdate=5 August 2012|work=The Times of India}}</ref> পাছৰ দিনা কোৱাৰ্টাৰ ফাইনেলত মেৰীয়ে [[টিউনিচিয়া]]ৰ [[মাৰুৱা ৰাহেলী]]ক (Maroua Rahali) ১৫-৬ -ত পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰে।<ref name="ht quarter">{{cite web|url=http://www.hindustantimes.com/Specials/Sports/Olympics2012/Chunk-HT-UI-Olympics-Discipline-Boxing/Mary-Kom-storms-into-semis-assures-India-of-a-medal/SP-Article10-909234.aspx|title=Mary Kom storms into semis, assures India of a medal|date=6 August 2012|accessdate=6 August 2012|work=The Hindustan Times}}</ref> ৮ আগষ্ট ২০১২ চনত অনুষ্ঠিত হোৱা চেমি ফাইনেলৰ খেলখনত তেওঁ ইংলণ্ডৰ [[নিক'লা আডামচ]]ৰ হাতত ৬-১১ অত পৰাস্ত হয় যদিও তৃতীয় স্থানত থকাৰ বাবে তেওঁৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত হয়।<ref>http://economictimes.indiatimes.com/news/news-by-industry/et-cetera/mary-kom-attempts-to-create-history-in-olympics-boxing-by-reaching-final/articleshow/15405429.cms</ref><ref>http://sports.ndtv.com/olympics-2012/news/item/194900-thank-you-mary-kom-a-for-effort-b-for-bronze</ref><ref>{{cite web|url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Kom-didnt-play-her-natural-game-say-pugilists/articleshow/15409286.cms|title=Mary Kom didn't play her natural game, say pugilists

|accessdate=08-08-2012}}</ref>
|accessdate=08-08-2012}}</ref>

== সফলতাসমূহ ==
== সফলতাসমূহ ==
177 নং শাৰী: 177 নং শাৰী:
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্ম বিভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মবিভূষণ বঁটা বিজয়ী]]

10:37, 15 December 2020ৰ সংস্কৰণ

এম চি মেৰী কম

২০১১ চনত ভাৰতস্থ বৃটিছ হাই কমিশ্যনত ভাষণ দিয়া অৱস্থাত মেৰী কম
পৰিসংখ্যা
ওজন পৰ্যায় ৫১ কিলোগ্ৰাম
উচ্চতা ১.৫৮ মিটাৰ
জাতীয়তা  ভাৰত
জন্ম ১ মাৰ্চ, ১৯৮৩ (৪১ বছৰ)
জন্মস্থান কান্গাথাই, মণিপুৰ, ভাৰত

মাংগ্‌তে চাংগ্‌নেইজেং মেৰী কম (ইংৰাজী: Mangte Chungneijang Mary Kom), চমুকৈ মেৰী কম (ইংৰাজী: Mary Kom) (জন্ম ১ মাৰ্চ, ১৯৮৩) ভাৰতমণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।[1] তেওঁ পাঁচবাৰ ৱৰ্ল্ড এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত (World Amateur Boxing Championship) শ্ৰেষ্ঠ খিতাপ বিজয়ী আৰু ছয়খন বিশ্ব মুষ্টিযোদ্ধা প্ৰতিযোগিতাৰ প্ৰত্যেকখনতে পদকজয়ী একমাত্ৰ মহিলা মুষ্টিযোদ্ধা।[2] তেওঁ ২০১২ চনৰ চামাৰ অলিম্পিকৰ ৫১ কিলোগ্ৰাম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা মুষ্টিযোদ্ধা। AIBA-ৰ ৰেংকিঙত সদ্যহতে তেওঁৰ স্থান বিশ্বৰ চতুৰ্থ।[3] ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ মহিলা মুষ্টিযুদ্ধৰ ৫১ কিলোগ্ৰাম শ্ৰেণীত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।[4] ২০২০ চনত মেৰী কমক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান পদ্মবিভূষণ প্ৰদান কৰা হয়।[5][6]

জীৱনৰ প্ৰথমচোৱা আৰু পৰিয়াল

মণিপুৰকাংগ্‌থাইত মেৰীৰ জন্ম হয়। তেওঁৰ দেউতাক মাংগ্‌তে তন্‌পা কম আৰ মাক মাংগ্‌তে আখাম কমে ঝুম খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল।[7] তেওঁ প্ৰাথমিক শিক্ষা আৰু ষষ্ঠ শ্ৰেণীলৈকে মৈৰাঙৰ লোকটাক খ্ৰীষ্টিয়ান মডেল হাইস্কুলত, অষ্টম শ্ৰেণীলৈকে মৈৰাঙৰে ছেইণ্ট জেভিয়াৰ স্কুলত, আৰু নৱম আৰু দশম শ্ৰেণী অদিমজাতি হাইস্কুলত (Adimjati High School) পঢ়িছিল, যদিও মেট্ৰিকুলেশ্যন পাচ নকৰিলে। তেওঁ আৰু পৰীক্ষা দিবলৈ ইচ্ছা নকৰিলে। স্কুল এৰি পাছত তেওঁ ইম্ফল NOIC-ৰ পৰীক্ষা দিয়ে আৰ তথাক্ৰমে "চুৰাচন্দপুৰ কলেজ"ৰ পৰা স্নাতকতা লাভ কৰে।[1] এথেলেটিকচত তেওঁৰ সৰুৰেপৰাই আগ্ৰহ আছিল যদিও ডিংক' সিঙৰ সফলতা দেখাৰ পাছতহে তেওঁ বক্সিঙৰ প্ৰতি অনুপ্ৰাণীত হয় আৰু ২০০২ চনত বক্সাৰ হিচাবে আত্মপ্ৰকাশ কৰে।[8]

তেওঁৰ পতি কে. অনকাৰ কম, আৰুৰেচুংভাৰ আৰু খাম্‌পেনিভাৰ নামৰ দুজন যমজ পুত্ৰ আছে।[9][10] ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।

প্ৰাৰম্ভিক খেলজীৱন

প্ৰথম অৱস্থাত কমে বক্সিঙৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল, কাৰণ ইয়াক মহিলাৰ বাবে উপযুক্ত খেল বুলি ভবা নহয়। কিন্তু ২০০০ চনত মণিপুৰ ৰাজ্যিক মহিলা বক্সিং চেম্পিয়নশ্বিপত খিতাপ লাভ কৰাৰ পাছত তেওঁ ৰাজহুৱাভাবে জনাজাত হৈ পৰে, দেউতাকেও খবৰ কাকতত তেওঁৰ ফটো দেখি এই কথা গম পালে। পশ্চিম বংগত আঞ্চলিক খিতাপ অৰ্জন কৰাৰ পাছৰেপৰাই ১৮ বছৰীয়া কমে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা আৰম্ভ কৰে। তেতিয়ালৈ তেওঁ খেলিবলৈ আৰম্ভ কৰা মাত্ৰ এবছৰহে হৈছিল। তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ২০০১ চনৰ মহিলাৰ বিশ্ব অপেচাদাৰী খিতাপ বা প্ৰথম AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত ৪৫ কিলোগ্ৰাম শিতানত তেওঁ ৰূপৰ পদক লাভ কৰে। পাচৰবাৰ তুৰ্কীত অনুষ্ঠিত ২০০২ চনৰ মহিলাৰ বিশ্ব অপেচাদাৰী খিতাপ বা দ্বিতীয় AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত একে শিতানত তেওঁ সোণৰ পদক অৰ্জন কৰে।[8]

২০০৩ত ভাৰতত অনুষ্ঠিত এচিয়া মহিলা মুষ্টিযুদ্ব খিতাপত ৪৫ কি.গ্ৰা. শিতানত - পাছৰ তিনিবছৰো তেওঁ এই শিতানতে প্ৰতিদ্বন্দ্বিতা কৰিব - সোণৰ পদক অৰ্জন কৰে আৰু উৎকৃষ্ট ক্ৰিড়া প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰঅৰ্জুন বঁটা লাভ কৰে। ২০০৪ত তেওঁ নৰৱেত অনুষ্ঠিত মহিলাৰ বিশ্বকাপ মুষ্টিযুদ্ধত সোণ, ২০০৫-অত পুনৰ টাইৱানত অন্ষ্ঠিত এচিয় মহিলা মুষ্টিযুদ্ব খিতাপত সোণ, আৰু পুনৰ ২০০৫ চনতে ৰাচিয়াত অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। পাচৰ বছৰ ডেনমাৰ্কভেনাচ ৱ'মেন্‌ছ বক্স কাপ অত সোণৰ পদক আৰু পুনৰ ভাৰতত অনুষ্ঠিত ২০০৬ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। দুৰ্ভাগ্যবশতঃ বিশ্ব খিতাপৰ প্ৰতিযোগিতাত তেওঁ পদকৰ পৰা বঞ্চিত হ'বলগা হ'ল, কাৰট অসুস্থতাৰ বাবে খেলখন ২য় ৰাউণ্ডতে সমাপত কৰিব লগীয়া হয়। তেতিয়ালৈকে কমে ১৯-৪ পইণ্টত আগবাঢ়ি আছিল।[8]

মুষ্টিযুদ্ধলৈ প্ৰত্যাৱৰ্তন

দুই বছৰ অৱকাশৰ অন্তত মেৰী কম পুনৰ বক্সিং ৰিঙলৈ উভতি আহে। তেওঁ ভাৰতত ২০০৮ চনৰ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপত সোণ[11] আৰু চীনত ২০০৮ চনৰ AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত চতুৰ্থটো ক্ৰমিক স্বৰ্ণপদক জয় কৰে।[12] ২০০৯ চনত তেওঁ ভিয়েটনামত এচীয় ইনড'ৰ গেমচৰ মুষ্টিযুদ্ধ শিতানত সোণৰ পদক পায়।[উদ্ধৃতিৰ প্ৰয়োজন][11]

২০১০ চনত কমে কাজাখস্তানৰ ২০১০ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপৰ প্ৰতিযোগিতাত স্বৰ্ণপদক[11], আৰু তাৰ পাচত ২০১০ চনতে বাৰ্বাড'চৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত ৪৮ কিলোগ্ৰাম বিভাগত (কাৰণ AIBA -ই ইতিমধ্যে ৪৬ কিলোগ্ৰাম বিভাগটো আঁতৰাই দিছিল) একাধাৰে তেওঁৰ এই প্ৰতিযোগিতাৰ পঞ্চমটো স্বৰ্ণপদক জয় কৰে।[13] ২০১০ এচিয়ান গেমচৰ ৫১ কিলোগ্ৰাম শিতানত (এচিয়ান গেমচৰ নিম্নতম ওজন বিভাগ) তেওঁ মুষ্টিযুদ্ধত ব্ৰঞ্জৰ পদক পায়।[উদ্ধৃতিৰ প্ৰয়োজন] ২০১১ -ত তেওঁ চীনত অনুষ্ঠিত এচীয়া মহিলা কাপত ৪৮ কিলোগ্ৰাম শিতানত সোণৰ পদক লাভ কৰে[উদ্ধৃতিৰ প্ৰয়োজন] আৰু ২০১২ চনৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা ২০১২ AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত মংগোলীয়াত ৫১ কিলোগ্ৰাম শ্ৰেণীত স্বৰ্ণ পদক অৰ্জন কৰে।[14]

২০১০ চনৰ ৩ অক্টোবৰ তাৰিখৰ দিনা দিল্লীত অনুষ্ঠিত হোৱা কমনৱেল্থ গেমচৰ উদ্বোদ্ধনী অনুষ্ঠানত কুইন্‌চ বেটন কঢ়িয়াবলৈ বিজেন্দৰ সিঙৰ লগতে কমকো মনোনীত কৰা হয়।[15][16] কমে প্ৰত্যাখ্যান কৰে, কাৰণ কমনৱেল্‌থ গেমচত মুষ্টিযুদ্ধ প্ৰতিযোগিতা অন্তৰ্ভুক্ত নহয়।

অলিম্পিকত

পাঁচবাৰ বিশ্ব খিতাপ অৰ্জা মেৰীয়ে ৪৮ কিলোগ্ৰাম আৰু ৪৬ কিলোগ্ৰাম শ্ৰেণীত অনেক পদক অৰ্জন কৰে। কিন্তু বিশ্ব পৰ্যায়ত ৫১ কিলোগ্ৰামক বক্সিঙৰ নিম্নতম শ্ৰেণী বুলি ধৰিবলৈ থিৰাং কৰাৰ পাছত তেওঁ ২ কিলোগ্ৰাম ওজন বঢ়াবলৈ বাধ্য হয়।

২০১২ চনৰ AIBA বিশ্ব মুষ্টিযুদ্ধ খিতাপৰ প্ৰতিযোগিতা মেৰীৰ বাবে বিশেষ আছিল। ইয়াত তেওঁ কেৱল খিতাবৰ বাবেই নহয়, কিন্ত ২০১২ চনৰ লণ্ডন চামাৰ অলিম্পিকৰ বাছনিৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলাৰ মুষ্টিযুদ্ধক অন্তৰ্ভুক্ত কৰা হয়। ৫১ কিলোগ্ৰাম শ্ৰেণীত তেওঁ কোৱাৰ্টাৰ ফাইনেলত ইংলণ্ডনিকোলা আডামচৰ হাতত পৰাস্ত (এই প্ৰতিযোগিতাৰ এইখনেই প্ৰথম য'ত মেৰীয়ে কোনো পদক নাপালে) হয় যদিও লণ্ডন অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে নিৰ্বাচিত হয়। মেৰীয়েই লণ্ডন অলিম্পিকৰ বক্সিঙৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা।[17]

মেৰীৰ লগতে লণ্ডনলৈ তেওঁৰ মাক[18], পতি[উদ্ধৃতিৰ প্ৰয়োজন] আৰু আমেৰিকান শিক্ষক (coach) চাৰ্লচ আট্‌কিন্‌চন যায়। অৱশ্যে চাৰ্লচ আট্‌কিন্‌চন অলিম্পিক ভিলেজত থাকিবলৈ সক্ষম নহ'ল, কাৰণ তেওঁৰ এচচিয়েচনৰ বাধ্যতামূলক AIBA ৰ ৩ ষ্টাৰ চাৰ্টিফিকেট নাছিল।[19]

৫ আগষ্ট ২০১২ -অত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিক মুষ্টিযুদ্ধ খেলত মেৰীয়ে পোলেণ্ডকেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-অক ১৯-১৪ -অত পৰাস্ত কৰে।[20][21] পাছৰ দিনা কোৱাৰ্টাৰ ফাইনেলত মেৰীয়ে টিউনিচিয়ামাৰুৱা ৰাহেলীক (Maroua Rahali) ১৫-৬ -ত পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰে।[22] ৮ আগষ্ট ২০১২ চনত অনুষ্ঠিত হোৱা চেমি ফাইনেলৰ খেলখনত তেওঁ ইংলণ্ডৰ নিক'লা আডামচৰ হাতত ৬-১১ অত পৰাস্ত হয় যদিও তৃতীয় স্থানত থকাৰ বাবে তেওঁৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত হয়।[23][24][25]

সফলতাসমূহ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত
আন্তঃৰাষ্ট্ৰীয় খিতাপসমূহ[26]
বৰ্ষ স্থান ওজন প্ৰতিযোগিতা প্ৰতিযোগিতাৰ স্থান
2001 দ্বিতীয় 48 Women's World Amateur Boxing Championships আমেৰিকা যুক্তৰাষ্ট্ৰ Scranton, Pennsylvania, আমেৰিকা যুক্তৰাষ্ট্ৰ
2002 প্ৰথম 45 Women's World Amateur Boxing Championships তুৰস্ক আন্তাল্যা, তুৰ্কী
2002 প্ৰথম 45 Witch Cup হাংগেৰী Pécs, হাংগেৰী
2003 প্ৰথম 46 Asian Women’s Championships ভাৰত হিছাৰ, ভাৰত
2004 প্ৰথম 46 Women’s World Cup নৰৱে Tønsberg, নৰৱে
2005 প্ৰথম 46 Asian Women’s Championships টাইৱান Kaohsiung, টাইৱান
2005 প্ৰথম 46 Women's World Amateur Boxing Championships ৰাছিয়া প'ড'লস্ক, ৰাছিয়া
2006 প্ৰথম 46 Women's World Amateur Boxing Championships ভাৰত নতুন দিল্লী, ভাৰত
2006 প্ৰথম 46 Venus Women’s Box Cup ডেনমাৰ্ক ভেজেল, ডেনমাৰ্ক
2008 প্ৰথম 46 Women's World Amateur Boxing Championships চীন নিংব', চীন
2008 দ্বিতীয় 46 Asian Women’s Championships ভাৰত গুৱাহাটী, ভাৰত
2009 প্ৰথম 46 Asian Indoor Games ভিয়েটনাম হানয়, ভিয়েটনাম
2010 প্ৰথম 48 Women's World Amateur Boxing Championships বাৰ্বাড'ছ ব্ৰিজটাউন, বাৰ্বাড'চ
2010 প্ৰথম 46 Asian Women’s Championships কাজাখাস্তান আস্তানা, কাজাখাস্তান
2010 তৃতীয় 51 Asian Games চীন গোৱাংজো, চীন
2011 প্ৰথম 48 Asian Women’s Cup চীন হাইকো, চীন
2012 প্ৰথম 51 Asian Women's Championships মংগোলিয়া উলান বাট'ৰ, মংগোলীয়া
2012 তৃতীয় 51 (চামাৰ) অলিম্পিক গেমচ সংযুক্ত যুক্তৰাজ্য লণ্ডন, ইংলণ্ড
ৰাষ্ট্ৰীয় পৰ্যায়ত
  • Gold – 1st Women Nat. Boxing Championship, Chennai 6–12.2.2001
  • The East Open Boxing Champ, Bengal 11–14.12.2001
  • 2nd Sr World Women Boxing Championship, New Delhi 26–30.12.2001
  • National Women Sort Meet, N. Delhi 26–30.12.2001
  • 32nd National Games, Hyderabad 2002
  • 3rd Sr World Women Boxing Champ, Aizawl 4–8.3.2003
  • 4th Sr WWBC, Kokrajar, Assam 24–28.2.2004
  • 5th Sr WWBC, Kerala 26–30.12.2004
  • 6th Sr WWBC, Jamshedpur 29 Nov-3.12.2005
  • 10th WNBC, Jamshedpur lost QF by 1–4 on 5.10.2009

বঁটাসমূহ

লগতে পঢ়ক

তথ্য সংগ্ৰহ

  1. 1.0 1.1 Chitra Garg (2010). Indian Champions: Profiles Of Famous Indian Sportspersons. Rajpal & Sons. পৃষ্ঠা. 93–. ISBN 978-81-7028-852-7. http://books.google.com/books?id=Fq1wdzqhu6kC&pg=PA93। আহৰণ কৰা হৈছে: 29 June 2012. 
  2. I see India. "Magnificent Mary". On Mary Kom. I see India. http://iseeindia.com/2011/08/13/magnificent-mary/। আহৰণ কৰা হৈছে: 7 June 2012. 
  3. "AIBA World Women's Ranking". AIBA. http://www.aiba.org/en-US/Rankings/Womens_51.aspx। আহৰণ কৰা হৈছে: 5 June 2012. 
  4. http://sports.ndtv.com/olympics-2012/news/item/194900-thank-you-mary-kom-a-for-effort-b-for-bronze
  5. "Mary Kom will be conferred with Padma Vibhushan, PV Sindhu to get Padma Bhushan". The Economic Times. 26 January 2020. https://economictimes.indiatimes.com/magazines/panache/mary-kom-will-be-conferred-with-padma-vibhushan-pv-sindhu-to-get-padma-bhushan/articleshow/73627922.cms। আহৰণ কৰা হৈছে: 26 January 2020. 
  6. "MINISTRY OF HOME AFFAIRS". padmaawards.gov.in. https://padmaawards.gov.in/PDFS/2020AwardeesList.pdf। আহৰণ কৰা হৈছে: 25 January 2020. 
  7. "NE India:Indigenous Women dream to win World Boxing Champion 2012". http://www.indigenousportal.com/Sport/NE-India-Indigenous-Woman-dream-to-win-World-Boxing-Champion-2012.html. 
  8. 8.0 8.1 8.2 Williams, Dee (6 February 2008). "Mary Kom". (WBAN) Women Boxing Archive Network. http://www.wban.org/biog/marykom.htm। আহৰণ কৰা হৈছে: 8 May 2010. 
  9. Kumar, Priyanka (8 March 2012). "MC Mary Kom: Boxer, mother, icon". IBN Live. http://ibnlive.in.com/news/mc-mary-kom-boxer-mother-icon/237176-5-23.html। আহৰণ কৰা হৈছে: 2 June 2012. 
  10. "For Mary Kom, life comes second to Olympic dream". First Post. 23 May 2012. http://www.firstpost.com/blogs/for-mary-kom-life-comes-second-to-olympic-dream-318356.html। আহৰণ কৰা হৈছে: 2 June 2012. 
  11. 11.0 11.1 11.2 E-Pao. "Mangte Chungneijang Mary Kom :: Manipur Olympic Dreams 2012 London". About Mary Kom. E-Pao. http://e-pao.net/epSubPageExtractor.asp?src=leisure.Sports.Manipur_Olympic_Dreams_2012_London.Mangte_Chungneijang_Mary_Kom_Manipur_Olympic_Dreams_2012_London। আহৰণ কৰা হৈছে: 6 August 2012. 
  12. Mary makes women's boxing's Olympic case stronger: AIBA President
  13. Laxmi Negi (19-09-2010). "Mary Kom wins fifth successive World Boxing Championship gold". The Times of India. http://articles.timesofindia.indiatimes.com/2010-09-19/boxing/28263496_1_ningbo-city-mc-mary-kom-world-boxing-championship-gold. 
  14. "Mary Kom crowned Asian Champion in Ulanbaatar". 26 March 2012. http://www.aiba.org/en-US/news/ozqsp/newsId/4574/news.aspx. 
  15. World News. "Mc Mary Kom Aiba Women's World Boxing Championship". About Mary Kom. World News. http://wn.com/mc_mary_kom_aiba_women%27s_world_boxing_championship?orderby=relevance&upload_time=today। আহৰণ কৰা হৈছে: 7 June 2012. 
  16. "Baton for Commonwealth Games to enter India today". The Times of India. 25 June 2010. http://articles.timesofindia.indiatimes.com/2010-06-25/delhi/28298565_1_queen-s-baton-aman-ki-asha-suresh-kalmadi। আহৰণ কৰা হৈছে: 21 May 2012. 
  17. Times of India (18 May 2012). "Mary Kom qualifies for London Olympics". Times of India. http://timesofindia.indiatimes.com/sports/tournaments/london-olympics/Mary-Kom-qualifies-for-London-Olympics/articleshow/13264657.cms। আহৰণ কৰা হৈছে: 7 June 2012. 
  18. "London calling for Mary Kom's mom too". 20 July 2012. http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/London-calling-for-Mary-Koms-mom-too/articleshow/15053977.cms. 
  19. "Mary Kom's American coach not to be with her at Olympics". http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Koms-American-coach-not-to-be-with-her-at-Olympics/articleshow/15327494.cms। আহৰণ কৰা হৈছে: 02-08-2012. 
  20. AIBA (5 August 2012). "Women make history". http://www.aiba-london2012.com/index.php/news/535-women-make-history। আহৰণ কৰা হৈছে: 5 August 2012. 
  21. "Mary Kom proud to win on historic day". The Times of India. 5 August 2012. http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Kom-proud-to-win-on-historic-day/articleshow/15365965.cms। আহৰণ কৰা হৈছে: 5 August 2012. 
  22. "Mary Kom storms into semis, assures India of a medal". The Hindustan Times. 6 August 2012. http://www.hindustantimes.com/Specials/Sports/Olympics2012/Chunk-HT-UI-Olympics-Discipline-Boxing/Mary-Kom-storms-into-semis-assures-India-of-a-medal/SP-Article10-909234.aspx। আহৰণ কৰা হৈছে: 6 August 2012. 
  23. http://economictimes.indiatimes.com/news/news-by-industry/et-cetera/mary-kom-attempts-to-create-history-in-olympics-boxing-by-reaching-final/articleshow/15405429.cms
  24. http://sports.ndtv.com/olympics-2012/news/item/194900-thank-you-mary-kom-a-for-effort-b-for-bronze
  25. "Mary Kom didn't play her natural game, say pugilists". http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Kom-didnt-play-her-natural-game-say-pugilists/articleshow/15409286.cms। আহৰণ কৰা হৈছে: 08-08-2012. 
  26. "AIBA Women’s World Boxing Championships Qinhuangdao 2012 Athletes Biographies". International Boxing Association. http://www.aiba.org/documents/site1/Olympics/2012London/AIBA%20Women's%20World%20Boxing%20Championships%20Qinhuangdao%202012%20-%20Athletes%20Biographies.pdf। আহৰণ কৰা হৈছে: 3 June 2012. 
  27. "President Pratibha Patil presents Khel Ratna, Arjuna awards". Hindustan Times. 29 August 2009. http://www.hindustantimes.com/News-Feed/Sport/President-Pratibha-Patil-presents-Khel-Ratna-Arjuna-awards/Article1-448315.aspx। আহৰণ কৰা হৈছে: 2 June 2012. 
  28. "Mary Kom, Vijender and Sushil get Khel Ratna". প্ৰকাশক Chennai, India: The Hindu. 2009-07-29. http://www.hindu.com/holnus/000200907291721.htm। আহৰণ কৰা হৈছে: 2010-05-08. 
  29. Manipur Express, 31.6.2006 Sat, Ed. L. Chinkhanlian, Lamka; The Sangai Express, 19.4.2008, Imphal
  30. Zamzachin, Dr. G. (2009-11-03). "MARY KOM MC (Mangte Chungneijang)". Zogam.Com. http://zogam.com/index.php?option=com_content&task=view&id=6828&Itemid=224। আহৰণ কৰা হৈছে: 2010-05-08. 
  31. "Sahara Sports Awards: Sushil Kumar, Mary Kom get top honours". October 31, 2010. http://liveindia.tv/sports/sahara-sports-awards-sushil-kumar-mary-kom-get-top-honours/. 

বাহ্যিক সংযোগ