২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী: 2 নং শাৰী:


==জন্ম==
==জন্ম==
# ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
* ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
# ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।
* ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।
# ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক [[ৰঞ্জু হাজৰিকা]]দেৱৰ জন্ম হৈছিল
* ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক [[ৰঞ্জু হাজৰিকা]] জন্ম হৈছিল


==মৃত্যু==
==মৃত্যু==
# ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয়।
* ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয়।
# ১৯৮০ চনৰ এই দিনটোতে বাংলা বোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয়।
* ১৯৮০ চনৰ এই দিনটোতে বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয়।


==ইত্যাদি==
==ইত্যাদি==
# ২০০৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা দেৱী সিং পাটিল]]-এ শপত গ্ৰহণ কৰে।
* ২০০৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলে]] শপত গ্ৰহণ কৰে।
# এই দিনটোতে সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমণ মেগছেছ বঁটা]] ঘোষণা কৰা হয়।
* এই দিনটোতে সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমন মেগছেছে বঁটা]] ঘোষণা কৰা হয়।
# ১৯৯৭ চনৰ এই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দ]] আৰু [[অৰুণা আছফ আলী]]লৈ (মৰণোত্তৰভাৱে ) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
* ১৯৯৭ চনৰ এই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
# ১৯৮৫ বৰ্ষৰ এই দিনটোতে [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
* ১৯৮৫ বৰ্ষৰ এই দিনটোতে [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
# ১৯৮৩ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেতা [[মহাদেৱী বাৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
* ১৯৮৩ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেতা [[মহাদেৱী বৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
# আজি [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।
* আজি [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==
{{commons|Category:24 July}}
{{commons|Category:24 July}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/july/24 বিবিচি: এই দিনত]
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/july/24 বিবিচি: এই দিনত]
----
{{Months}}
{{Months}}
{{-}}

09:34, 25 December 2020ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।

জন্ম

  • ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।
  • ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ জন্ম হৈছিল

মৃত্যু

  • ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক জেমছ ছেডউইকৰ মৃত্যু হয়।
  • ১৯৮০ চনৰ এই দিনটোতে বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয়।

ইত্যাদি

বাহ্যিক সংযোগ