"মৰিয়নি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
592 বাইট বিলোপ কৰা হ’ল ,  9 মাহ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
{{Infobox settlement
| name = মৰিয়নি
| native_name =
| native_name_lang = as
| other_name =
| nickname =
| settlement_type = নগৰ
| image_skyline =
| image_alt =
| image_caption =
| pushpin_map = India Assam
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption = [[ভাৰত]]ৰ [[অসম]]ত মৰিয়নিৰ অৱস্থান
| latd = 26.67
| latm =
| lats =
| latNS = N
| longd = 94.33
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = দেশ
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
| subdivision_name1 = [[অসম]]
| subdivision_type2 = [[অসমৰ জিলাসমূহ|জিলা]]
| subdivision_name2 = [[যোৰহাট জিলা]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 155
| population_total = 23065
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = ভাষা
| demographics1_title1 = চৰকাৰী
| demographics1_info1 = [[অসমীয়া]]
| timezone1 = [[ভাৰতীয় মান সময়]]
| utc_offset1 = +5:30
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code =
| area_code_type = Telephone code
| area_code = 03771
| registration_plate =
| website =
| footnotes =
}}
'''মৰিয়নি''' (IPA: ˌmɑːrɪˈænɪ) ({{Lang-en|Mariani}}) [[অসম]]ৰ [[যোৰহাট জিলা]]ত অৱস্থিত এখন ঠাই৷
 
==ইতিহাস==
ইতিহাসৰ পাতত [[মৰিয়নি]]ৰ কথা উল্লেখ পোৱা নাযায়। ১৮২৮ ৰ পৰা ১৮৮৩ চন পৰ্যন্ত নিৰ্ভৰ যোগ্য তথ্যৰ অভাৱত মৰিয়নিৰ ইতিহাস এতিয়াও সম্পূৰ্ণ পোহৰলৈ এতিয়াও অহা নাই। মৰিয়নিৰ গুৰুত্ব বাঢ়ে কেৱল ৰেল চলাচলৰ বাবে।<ref name=" জন্ম পত্ৰিকা"> {{cite journal | title= ইতিহাসৰ বুকুত মৰিয়নিৰ জন্ম পত্ৰিকা বিচাৰি | author= প্ৰীতম কুমাৰ শইকীয়া, সম্পাদক: মুকুল বৰা| journal= জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা | year= ২০০৬ চন | month= ৬,৭,৮ ফেব্ৰুৱাৰী | volume= | issue= চতুৰ্থ প্ৰকাশ | pages= ৪৯,৫০ পৃষ্ঠা}}</ref>
 
==নামৰ উৎপত্তি==
সময়ে সময়ে বিভিন্ন জনে মৰিয়নিৰ নামৰ উৎপত্তিৰ সন্দৰ্ভত বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ৰ আটাইতকৈ নিৰ্ভৰযোগ্য যুক্তিটো হ’ল – বৃটিছব্ৰিটিছ শাসন কালত পাহাৰৰ নগা সকলে এই সমতল অঞ্চললৈ নামি আহে আৰু ইয়াতে জিৰণি লৈ ভৈয়ামৰ লোকৰ সৈতে বয়-বস্তু সাল সলনি কৰে। সেয়ে কোনো নগা দোৱানৰ শব্দটো আছিল মৈৰাণ বা মেৰাণ। অৰ্থটো সাল-সলনি কৰা ঠাই। সেই শব্দটিয়েই মোট সলাই মৰিয়নি হ’ল। স্বাধীনতা যুঁজাৰু ভূৱন মোহন বুঢ়াগোহাঁই ডাঙৰীয়াৰ মতে বৰ্তমানৰ মৰিয়নিৰ অঞ্চলটো সেই সময়ত অটব্য অৰণ্য আছিল। এই অঞ্চলৰ সীমাত থকা পুখুৰীয়া বচা গাঁৱৰ মানুহে বিভিন্ন কাৰণত এই হাবি বননি কাটিছিল। এই হাবি মৰি শুকাই যোৱাৰ পাছত এই ঠাইক ‘মৰানি’ বুলিছিল। পাছলৈ মুখে মুখে বাগৰি ‘মৰিয়নি’লৈ পৰিৱৰ্তন হ’ল।<ref name=" জন্ম পত্ৰিকা" /> আনহাতে ধ্বনি কৰি বিনন্দ চন্দ্ৰ বৰুৱাৰ মতে দিচৈ নৈৰ (বৰ্তমানৰ [[ভোগদৈ নদী|ভোগদৈ]]) পাৰৰ এই হাবি বননিৰে আগুৰা ঠাইডোখৰ পুখুৰীয়া গাঁৱৰ। এক প্ৰান্তত সীমা মূৰিয়াল অৱস্থিত। এই সীমা মূৰিয়াল শব্দটোৰেই পাছলৈ অপভ্ৰংশ হৈ মৰিয়নি নামৰ সৃষ্টি হৈছিল। আন এক প্ৰবাদ মতে, এসময়ত ভোগদৈ নৈখনে ইয়াৰ পূৰ্বৰ গতিপথ সলনি কৰি নতুন দিশেৰে গতি কৰিছিল। পুৰণি গতিপথটো হেনো মৰিয়নি নগৰৰ মাজেদি গৈ বৰ্তমান মৰিয়নি জংচনৰ পাছফালেদি বৈ গৈছিল। নদীয়ে গতিপথ সলনি কৰঅত এই এৰা সূতিটোক মৰিনৈ বুলি মানুহে মুখে মুখে কৈছিল আৰু এই মৰিনৈয়েই শেষলৈ মৰিয়নি হ’লগৈ বুলি বহুতেই ক’ব খোজে। কিন্তু ভূ-তাত্ত্বিক দিশৰ পৰা চালে দেখা যায় যে নদীয়ে এৰি থৈ যোৱা মাটিত পলসৰ পৰিমাণ বেছি হব যিটো মৰিয়নিৰ মাটিত পোৱা নাযায়। তাৰোপৰি ভূ-বিজ্ঞানৰ মতে নদীয়ে সাধাৰণতে গতিপথ [[ভূমিকম্প]] বা প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে সলনি কৰে। কিন্তু অসমত ১৮৯৭ আৰু ১৯৫০ চনৰ বাদে বৰ ভূইকঁপ হোৱা নাই বাবে এই নদীয়ে গতিপথ সলনি কৰাৰ সম্ভাৱনা তেনেই কম। সেয়ে এই যুক্তিটোত সন্দেহৰ অৱকাশ আছে।<ref name=" জন্ম পত্ৰিকা" />
 
==ভৌগোলিক বিৱৰণ==
ভৌগোলিকভাৱে মৰিয়নি {{Coord|26.67|N|94.33|E|}} ত অৱস্থিত৷<ref>[http://www.fallingrain.com/world/IN/3/Mariani.html Falling Rain Genomics, Inc - Mariani]</ref> এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৫৫ মিটাৰ (৫০৮ ফুট)৷ এই টাউনখন যোৰহাট ৰে'লৱে ষ্টেচনৰ পৰা ১৭.৫ কিমি দুৰত্বত অৱস্থিত৷ ই [[নাগালেণ্ড]]ৰ সীমান্তবৰ্ত্তী অঞ্চল৷
 
==আন্ত:গাথঁনি==
 
বিদ্যালয়-
*চেইন্ট এন্থনি উচ্চ মাধ্যমিক বিদ্যালয়
*মহাদেব আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়
*এডিথ ডগলাছ উচ্চ মাধ্যমিক বিদ্যালয়
*আদৰ্শ হিন্দী বিদ্যালয়
*মৰিয়নি উচ্চ মাধ্যমিক বিদ্যালয়
*মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
*লিটল ষ্টাৰ স্কুল
*বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়
*পাৰিজাত জাতীয় বিদ্যালয়
*মৰিয়নি জাতীয় বিদ্যাপীঠ
মহাবিদ্যালয়-
* মৰিয়নি মহাবিদ্যালয়
অন্যান্য-
 
3,780

টা সম্পাদনা

সা-সঁজুলি