নৰকাসুৰ (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নৰকাসুৰনৰকাসুৰ (চলচ্চিত্ৰ) লৈ স্থানান্তৰিত কৰা হল: দ্ব্যৰ্থতা দূৰীকৰণ
No edit summary
1 নং শাৰী: 1 নং শাৰী:
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]
[[শ্রেণী: বোলছবি]]
{{Infobox film
{{Infobox film
| name = নৰকাসুৰ
| name = নৰকাসুৰ
64 নং শাৰী: 64 নং শাৰী:
==প্রসংগ==
==প্রসংগ==
* দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্রকাশন। গুৱাহাটী।
* দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্রকাশন। গুৱাহাটী।

[[Category:বোলছবি]]

12:39, 7 September 2011ৰ সংস্কৰণ

নৰকাসুৰ
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য অমলেন্দু বাগ্‌চী
কাহিনী অতুলচন্দ্ৰ হাজৰিকা
প্ৰযোজক ভাস্কৰ চিত্ৰকলা কো-অপাৰেটিভ লিমিটেড, নলবাৰী
অভিনয়ত ফণী শৰ্মা
জ্ঞানদা কাকতি
ইভা আচাও
তৰুণ চৌধুৰী
ধৰণীধৰ চৌধুৰী
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ব্ৰজেন বৰুৱা
প্ৰযোজনা
কোম্পানী
ইষ্ট ইণ্ডিয়া ষ্টুডিঅ', টালিগঞ্জ, কলিকতা
পৰিবেশক কাপুৰ চন্দ, গুৱাহাটী
মুক্তি
১৯৬১
দেশ ভাৰত
ভাষা অসমীয়া
বাজেট ১,৫০,০০০ টকা (প্ৰায়)

নিপ বৰুৱা পৰিচালিত আৰু পৌৰাণিক কথাছবি, 'নৰকাসুৰ'। মুক্তি দিয়া হৈছিল ১৯৬১ চনত। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰঅসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।

'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে গুৱাহাটী দূৰদৰ্শনত দেখুওৱা হৈছিল।

নিৰ্মাণৰ আঁৰৰ কাহিনী

ছবিখনৰ কাহিনী

ৰাইজৰ সঁহাৰি

অভিনয়ত

কলা-কুশলী

(তথ্যছকত উল্লেখ নথকা)

'নৰকাসুৰ'ৰ গান

'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱাৰ।

প্রসংগ

  • দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্রকাশন। গুৱাহাটী।