২১ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী: 2 নং শাৰী:




==ঘটনাৰাজী==
===ঘটনাৰাজী===
# ১৯৩০ চনৰ আজিৰ দিনটোত [[প্লুটু গ্ৰহ]] আৱিষ্কাৰ হৈছিল।
# অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, [[বিষ্ণুৰাম মেধি]]ৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতে।
# ১৯৫৮ চনৰ আজিৰ দিনটোত ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল
# [[গজেন বৰুৱা]]। নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা, প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ অভিনেতা ‘‘শোণিতকোঁৱৰ’’ৰ মৃত্যু হৈছিল ১৯৭৭ আজিৰ দিনটোতে।
# ১৯৭২ চনৰ আজিৰ দিনটোত [[উত্তৰ-পূৱ ভাৰত]]ৰ ৰাজ্য [[মণিপুৰ]] আৰু [[ত্ৰিপুৰা]] প্ৰতিষ্ঠা হৈছিল।
# উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল [[নিউজ লাইভ]] প্ৰতিষ্ঠা হৈছিল ২০০৮ বৰ্ষৰ আজিৰ দিনটোতে।
# ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘[[নেফা]]’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰি শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।
# [[উত্তৰ-পূৱ ভাৰত]]ৰ এখন ৰাজ্য, যাৰ ৰাজধানী ইম্ফল, সেই [[মণিপুৰ]] ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
# ১৯৯৪ চনৰ আজিৰ দিনটোত [[কাছাৰ]]ৰ শিলচৰত [[অসম বিশ্ববিদ্যালয়]] মুকলি হয়।
# ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য [[ত্ৰিপুৰা]]ৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
# ২০০৮ বৰ্ষৰ আজিৰ দিনটোত উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল [[নিউজ লাইভ]] প্ৰতিষ্ঠা হৈছিল
# ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘[[নেফা]]’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হৈ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয়।
===জন্ম===
# আজিৰ দিনটোতে ১৯৯৪ চনত কাছাৰৰ শিলচৰত [[অসম বিশ্ববিদ্যালয়]] মুকলি হয়।
===মৃত্যু===
# [[ভাৰতত কপিৰাইট আইন]] প্ৰৱৰ্তন কৰা হৈছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে।
# ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট [[ষোড়শ লুইক গিলোটিন]]ত মৃত্যুদণ্ড বিহা হৈছিল।
# ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল।
# ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা [[লেনিন]]ৰ মৃত্যু হৈছিল।
# ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা [[লেনিন]]ৰ মৃত্যু হৈছিল।
# ১৯৫০ চনৰ আজিৰ দিনটোত ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ [[জৰ্জ অৰৱেল]]ৰ মৃত্যু হৈছিল।
# [[প্লুটু গ্ৰহ]] আৱিষ্কাৰ হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
# ১৯৭৭ আজিৰ দিনটোত মৃত্যু হৈছিল [[গজেন বৰুৱা]]ৰ। তেখেতে নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল।
# ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ [[জৰ্জ অৰৱেল]]ৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে।
# ১৯৮১ চনৰ আজিৰ দিনটোত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, [[বিষ্ণুৰাম মেধি]]ৰ মৃত্যু হৈছিল।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

10:08, 7 April 2021ৰ সংস্কৰণ

২১ জানুৱাৰী (ইংৰাজী: 21 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


ঘটনাৰাজী

  1. ১৯৩০ চনৰ আজিৰ দিনটোত প্লুটু গ্ৰহ আৱিষ্কাৰ হৈছিল।
  2. ১৯৫৮ চনৰ আজিৰ দিনটোত ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল
  3. ১৯৭২ চনৰ আজিৰ দিনটোত উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য মণিপুৰ আৰু ত্ৰিপুৰা প্ৰতিষ্ঠা হৈছিল।
  4. ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘নেফা’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰি শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।
  5. ১৯৯৪ চনৰ আজিৰ দিনটোত কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।
  6. ২০০৮ বৰ্ষৰ আজিৰ দিনটোত উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভ প্ৰতিষ্ঠা হৈছিল

জন্ম

মৃত্যু

  1. ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল।
  2. ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।
  3. ১৯৫০ চনৰ আজিৰ দিনটোত ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল।
  4. ১৯৭৭ আজিৰ দিনটোত মৃত্যু হৈছিল গজেন বৰুৱাৰ। তেখেতে নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল।
  5. ১৯৮১ চনৰ আজিৰ দিনটোত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল।

বাহ্যিক সংযোগ