৭ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
13 নং শাৰী: 13 নং শাৰী:
*১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয়।
*১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয়।


==মৃত্যু==

*২০১৫ - ড॰ [[অমলেন্দু গুহ]], অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল। (জন্ম: [[৩০ জানুৱাৰী]], ১৯২৪)


{{-}}
{{-}}

18:00, 4 May 2021ৰ সংস্কৰণ

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৭ মে' (ইংৰাজী: 7 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৩২ চনৰ আজিৰ দিনটোত গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয়।
  • ১৮৪৯ চনৰ আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰুজন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।
  • ১৯৮৯ চনৰ আজিৰ দিনটোত জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে। এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত।
  • ২০০৫ চনৰ আজিৰ দিনটোত অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয়।

জন্ম

  • ১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম হয়।
  • ১৮৬১ চনৰ আজিৰ দিনটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়।
  • ১৮৬৮ চনৰ আজিৰ দিনটোত ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্টৰ জন্ম হয়। ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয়।

মৃত্যু

  • ২০১৫ - ড॰ অমলেন্দু গুহ, অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল। (জন্ম: ৩০ জানুৱাৰী, ১৯২৪)