মৈথিলী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:

'''মৈথিলী''' এটা [[ভাৰত-আৰ্য ভাষা পৰিয়াল|ভাৰত-আৰ্য ভাষা]]। ই মূলতঃ [[ভাৰত]]ৰ [[বিহাৰ]] ৰাজ্য আৰু [[নেপাল]]ৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে । [[হিন্দী ভাষা|হিন্দী]]তকৈ [[বাংলা ভাষা|বঙালী]], [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[উড়িয়া ভাষা|উড়িয়া]]ৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাপে গণ্য কৰা হৈছিল যদিও [[২০০৩]] চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।

6 নং শাৰী: 8 নং শাৰী:

==মৈথিলী লিপি==
==মৈথিলী লিপি==
মৈথিলী লিপিক [[তিৰহুতা লিপি]] বা মিথিলাক্ষৰ নামে জনা যায়। <ref>https://bn.wikipedia.org/wiki/%E0%A6%AE%E0%A7%88%E0%A6%A5%E0%A6%BF%E0%A6%B2%E0%A7%80_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE</ref>
মৈথিলী লিপিক [[তিৰহুতা লিপি]] বা মিথিলাক্ষৰ নামে জনা যায়। <ref>https://bn.wikipedia.org/wiki/%E0%A6%AE%E0%A7%88%E0%A6%A5%E0%A6%BF%E0%A6%B2%E0%A7%80_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE|ম</ref>

==মৈথিলী বাৰ মাহৰ নাম==
==মৈথিলী বাৰ মাহৰ নাম==

20:10, 6 May 2021ৰ সংস্কৰণ

মৈথিলী এটা ভাৰত-আৰ্য ভাষা। ই মূলতঃ ভাৰতবিহাৰ ৰাজ্য আৰু নেপালৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে । হিন্দীতকৈ বঙালী, অসমীয়া আৰু উড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাপে গণ্য কৰা হৈছিল যদিও ২০০৩ চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।

মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।

মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাত কথা পাতে। এই ভাষাৰ সবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি

মৈথিলী লিপি

মৈথিলী লিপিক তিৰহুতা লিপি বা মিথিলাক্ষৰ নামে জনা যায়। [1]

মৈথিলী বাৰ মাহৰ নাম

বৈসাখ, জেঠ, আষাঢ়, সাৱোন, ভাদো, আসিন, কাতিক, অগহন, পূস, মাঘ, ফাগুন, চৈতি।

তথ্যসূত্ৰ

  1. https://bn.wikipedia.org/wiki/%E0%A6%AE%E0%A7%88%E0%A6%A5%E0%A6%BF%E0%A6%B2%E0%A7%80_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%7Cম