এফ্ৰোডাইটি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |

3 নং শাৰী: | 3 নং শাৰী: | ||
| name = এফ্ৰোডাইটি |
| name = এফ্ৰোডাইটি |

| image = NAMA Aphrodite Syracuse.jpg |
| image = NAMA Aphrodite Syracuse.jpg |

| alt = |
| alt = |

| caption = |
| caption = |

| god_of = প্ৰেম, সৌন্দৰ্য আৰু যৌন আচৰণৰ দেৱী |
| god_of = প্ৰেম, সৌন্দৰ্য আৰু যৌন আচৰণৰ দেৱী |

| member_of = |
| member_of = |

| abode = অলিম্পাচ পৰ্বত |
| abode = অলিম্পাচ পৰ্বত |

| symbol = ডলফিন, গোলাপ, সামুদ্ৰিক শামুকবিশেষৰ খোলা, মিৰটল (চিৰহৰিৎ গুল্মবিশেষ), কপৌ, [[ঘৰচিৰিকা]], কমৰবন্ধনী, আইনা, মুক্তা আৰু ৰাজহাঁহ |
| symbol = ডলফিন, গোলাপ, সামুদ্ৰিক শামুকবিশেষৰ খোলা, মিৰটল (চিৰহৰিৎ গুল্মবিশেষ), কপৌ, [[ঘৰচিৰিকা]], কমৰবন্ধনী, আইনা, মুক্তা আৰু ৰাজহাঁহ |

| consort = [[হেফাষ্টিয়াচ]], [[এৰিচ]], [[প'জাইডন]], [[হাৰ্মিচ]], ডায়'নিচাছ, এড'নিচ আৰু এঙ্কিচাছ |
| consort = [[হেফাষ্টিয়াচ]], [[এৰিচ]], [[প'জাইডন]], [[হাৰ্মিচ]], ডায়'নিচাছ, এড'নিচ আৰু এঙ্কিচাছ |

| parents = [[ইলিয়াদ]]ৰ মতে: [[জ্যুচ]] আৰু [[ডায়'নে]]<ref>Homer, ''Iliad'' 5.370.</ref>
থিঅ'গনিৰ মতে: [[ইউৰেনাচ (গ্ৰীক দেৱতা)|ইউৰেনাচ]]ৰ খণ্ডিত অণ্ডকোষ আৰু সাগৰৰ ফেন<ref>Hesiod, ''Theogony'', 188-190</ref> |
| parents = [[ইলিয়াদ]]ৰ মতে: [[জ্যুচ]] আৰু [[ডায়'নে]]<ref>Homer, ''Iliad'' 5.370.</ref>
থিঅ'গনিৰ মতে: [[ইউৰেনাচ (গ্ৰীক দেৱতা)|ইউৰেনাচ]]ৰ খণ্ডিত অণ্ডকোষ আৰু সাগৰৰ ফেন<ref>Hesiod, ''Theogony'', 188-190</ref> |

| siblings = এইকাচ, এঞ্জেল'চ, [[এপ'ল']], [[এৰিচ]], [[আৰ্টিমিচ]], [[এথেনা]], [[হাৰ্মিচ]], [[পাৰ্চিফোনি]] আদি |
| siblings = এইকাচ, এঞ্জেল'চ, [[এপ'ল']], [[এৰিচ]], [[আৰ্টিমিচ]], [[এথেনা]], [[হাৰ্মিচ]], [[পাৰ্চিফোনি]] আদি |

| children = [[এৰিচ]]ৰ ঔৰসত: [[ইৰ'চ]], {{efn|কোনো কোনো আখ্যানৰ মতে ইৰ'চ মহাশূন্য বা কেঅ'চৰ পৰা জন্ম হৈছিল}} [[ফ'ব'চ]], [[ডেইম'চ]], [[হাৰমনিয়া]], আদি
[[হাৰ্মিচ]]ৰ ঔৰসত: হাৰ্মাফ্ৰ'ডিটাচ
[[প'জাইডন]]ৰ ঔৰসত: ৰ'ড'চ, এৰিস্ক
ডায়'নিচাছৰ ঔৰসত: পেইথ', চেৰাইটচ, প্ৰিয়েপাচ
এঙ্কিচাছৰ ঔৰসত: এনিয়াচ |
| children = [[এৰিচ]]ৰ ঔৰসত: [[ইৰ'চ]], {{efn|কোনো কোনো আখ্যানৰ মতে ইৰ'চ মহাশূন্য বা কেঅ'চৰ পৰা জন্ম হৈছিল}} [[ফ'ব'চ]], [[ডেইম'চ]], [[হাৰমনিয়া]], আদি
[[হাৰ্মিচ]]ৰ ঔৰসত: হাৰ্মাফ্ৰ'ডিটাচ
[[প'জাইডন]]ৰ ঔৰসত: ৰ'ড'চ, এৰিস্ক
ডায়'নিচাছৰ ঔৰসত: পেইথ', চেৰাইটচ, প্ৰিয়েপাচ
এঙ্কিচাছৰ ঔৰসত: এনিয়াচ |

| mount = |
| mount = |

| Roman_equivalent = ভেনাচ |
| Roman_equivalent = ভেনাচ |

| equivalent1_type = [[মেচ'পটেমিয়া]] |
| equivalent1_type = [[মেচ'পটেমিয়া]] |

| equivalent1 = ইনান্না/ইষ্ঠাৰ |
| equivalent1 = ইনান্না/ইষ্ঠাৰ |

| equivalent2_type = |
| equivalent2_type = |

| equivalent2 = |
| equivalent2 = |

⚫ | '''এফ্ৰোডাইটি''' ({{lang-en|Aphrodite}}) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), [[গোলাপ]], কপৌ, [[ঘৰচিৰিকা]] আৰু ৰাজহাঁহ।{{sfn|Cyrino|2010|pages=121–122}}{{sfn|Tinkle|1996|page=81}}{{sfn|Cyrino|2010|pages=121–122}}{{sfn|Cyrino|2010|pages=63, 96}} কাইথিৰা, চাইপ্ৰাচ, কৰিন্থ আৰু এথেন্সতেই ঘাইকৈ এফ্ৰোডাইটি পন্থাৰ কেন্দ্ৰসমূহ আছিল। ''এফ্ৰোডাইছিয়া'' আছিল তেওঁৰ প্ৰতি উৎসৰ্গিত মূল উৎসৱ। তেওঁক যুঁজাৰু দেৱী হিচাপেও আৰাধনা কৰা হৈছিল। তেওঁ আছিল প্ৰাচীন গ্ৰীচৰ দেহোপজীৱিনীসকলৰ পৃষ্ঠপোষক যাৰ ভিত্তিতেই পণ্ডিতসকলে গ্ৰীক-ৰোমান সংস্কৃতিত প্ৰচলিত ''পবিত্ৰ দেহ ব্যৱসায়''ৰ ধাৰণাটো আগবঢ়ায়। |

⚫ | '''এফ্ৰোডাইটি''' ({{lang-en|Aphrodite}}) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁহ। |

==জন্ম== |
==জন্ম== |

27 নং শাৰী: | 26 নং শাৰী: | ||
==আখ্যান== |
==আখ্যান== |

কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে। |
কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে।{{sfn|Cyrino|2010|page=72}}{{sfn|Stuttard|2016|page=86}}{{sfn|Kerényi|1951|page=71}} কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফাষ্টিয়াচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। [[ওডিচী]]ৰ মতে তেওঁক এবাৰ [[এৰিচ]]ৰ সৈতে মিলনৰত অৱস্থাত হেফাষ্টিয়াচে ধৰা পেলাইছিল। {{sfn|Kerényi|1951|page=72}} দেৱ-দেৱীসকলৰ মনত প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। {{sfn|Cyrino|2010|page=89}} [[ইলিয়াদ]]ত [[এথেনা]] আৰু [[হীৰা (গ্ৰীক দেৱী)|হীৰা]]ৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ ([[পেৰিছৰ বিচাৰ]]) সৈতেও এফ্ৰোডাইটি জড়িত।{{sfn|Walcot|1977|page=31}} |

এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা [[ইৰ'চ]]ক দেখা পোৱা যায়। |
এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা [[ইৰ'চ]]ক দেখা পোৱা যায়।{{sfn|Cyrino|2010|page=44}} |

==টোকা== |
==টোকা== |
01:39, 9 May 2021ৰ সংস্কৰণ
এফ্ৰোডাইটি | |

প্ৰেম, সৌন্দৰ্য আৰু যৌন আচৰণৰ দেৱী | |
নিবাস | অলিম্পাচ পৰ্বত |
প্ৰতীক | ডলফিন, গোলাপ, সামুদ্ৰিক শামুকবিশেষৰ খোলা, মিৰটল (চিৰহৰিৎ গুল্মবিশেষ), কপৌ, ঘৰচিৰিকা, কমৰবন্ধনী, আইনা, মুক্তা আৰু ৰাজহাঁহ |
সঙ্গী | হেফাষ্টিয়াচ, এৰিচ, প'জাইডন, হাৰ্মিচ, ডায়'নিচাছ, এড'নিচ আৰু এঙ্কিচাছ |
পিতৃ-মাতৃ | ইলিয়াদৰ মতে: জ্যুচ আৰু ডায়'নে[1] থিঅ'গনিৰ মতে: ইউৰেনাচৰ খণ্ডিত অণ্ডকোষ আৰু সাগৰৰ ফেন[2] |
সহোদৰ | এইকাচ, এঞ্জেল'চ, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা, হাৰ্মিচ, পাৰ্চিফোনি আদি |
সন্তান | এৰিচৰ ঔৰসত: ইৰ'চ, [lower-alpha 1] ফ'ব'চ, ডেইম'চ, হাৰমনিয়া, আদি হাৰ্মিচৰ ঔৰসত: হাৰ্মাফ্ৰ'ডিটাচ প'জাইডনৰ ঔৰসত: ৰ'ড'চ, এৰিস্ক ডায়'নিচাছৰ ঔৰসত: পেইথ', চেৰাইটচ, প্ৰিয়েপাচ এঙ্কিচাছৰ ঔৰসত: এনিয়াচ |
ৰোমান সমাৰ্থক | ভেনাচ |
এফ্ৰোডাইটি (ইংৰাজী: Aphrodite) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁহ।[3][4][3][3] কাইথিৰা, চাইপ্ৰাচ, কৰিন্থ আৰু এথেন্সতেই ঘাইকৈ এফ্ৰোডাইটি পন্থাৰ কেন্দ্ৰসমূহ আছিল। এফ্ৰোডাইছিয়া আছিল তেওঁৰ প্ৰতি উৎসৰ্গিত মূল উৎসৱ। তেওঁক যুঁজাৰু দেৱী হিচাপেও আৰাধনা কৰা হৈছিল। তেওঁ আছিল প্ৰাচীন গ্ৰীচৰ দেহোপজীৱিনীসকলৰ পৃষ্ঠপোষক যাৰ ভিত্তিতেই পণ্ডিতসকলে গ্ৰীক-ৰোমান সংস্কৃতিত প্ৰচলিত পবিত্ৰ দেহ ব্যৱসায়ৰ ধাৰণাটো আগবঢ়ায়।
জন্ম
হেচিঅ'দৰ থিঅ'গনিৰ মতে পুত্ৰ ক্ৰ'নচৰদ্বাৰা ইউৰেনাচৰ খণ্ডিত যৌনাংগৰদ্বাৰা উৎপন্ন হোৱা সমুদ্ৰৰ ফেনৰ পৰা কাইথিৰাৰ উপকূলত এফ্ৰোডাইটিৰ জন্ম হয়।[5][6] কিন্তু হোমাৰৰ ইলিয়াদৰ মতে এফ্ৰোডাইটি জ্যুচ আৰু ডায়'নেৰ জীয়ৰী।[7][3]
আখ্যান
কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে।[3][8][6] কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফাষ্টিয়াচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। ওডিচীৰ মতে তেওঁক এবাৰ এৰিচৰ সৈতে মিলনৰত অৱস্থাত হেফাষ্টিয়াচে ধৰা পেলাইছিল। [6] দেৱ-দেৱীসকলৰ মনত প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। [3] ইলিয়াদত এথেনা আৰু হীৰাৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ (পেৰিছৰ বিচাৰ) সৈতেও এফ্ৰোডাইটি জড়িত।[9]
এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা ইৰ'চক দেখা পোৱা যায়।[3]
টোকা
- ↑ কোনো কোনো আখ্যানৰ মতে ইৰ'চ মহাশূন্য বা কেঅ'চৰ পৰা জন্ম হৈছিল
তথ্য সংগ্ৰহ
- ↑ Homer, Iliad 5.370.
- ↑ Hesiod, Theogony, 188-190
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Cyrino 2010.
- ↑ Tinkle 1996.
- ↑ Hesiod, Theogony, lines 191–192
- ↑ 6.0 6.1 6.2 Kerényi 1951.
- ↑ Iliad v. 370 and xx. 105
- ↑ Stuttard 2016.
- ↑ Walcot 1977.