আঙঠি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{stub}}
{{stub}}
'''আঙঠি''' হৈছে হাতৰ আঙুলিত পিন্ধা ঘূৰণীয়া গঢ়ৰ অলংকাৰ। সোণ, ৰূপ,তাম, পিতল,শংখ, হাতীদাঁত আদি বিভিন্ন ধাতু আৰু পদাৰ্থেৰে আঙঠি নিৰ্মাণ কৰা হয়।
'''আঙঠি''' হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
==নিৰ্মাণ==
সোণ, ৰূপ,তাম, পিতল,শংখ, হাতীদাঁত আদি বিভিন্ন ধাতু আৰু পদাৰ্থেৰে আঙঠি নিৰ্মাণ কৰা হয়। আঙঠিৰ আৰ্হিবোৰ জীৱ-জন্তু,গছ-লতা,তৰু-তৃণ, ফুল-ফল আদিৰ আৰ্হিত গঢ়োৱা হয়।

==তথ্য সংগ্ৰহ==
==বিভিন্ন নামৰ আঙঠি==
{{Reflist}}
আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছ আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।
===তৰ্জনী আঙঠি===
এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।
===হীৰাপতোৱা আঙঠি===
এইবিধ বৰ মূল্যবান আছিল বাবে ইয়াক আগতে ৰজা-মহাৰজাসকলেহে পৰিধান কৰিছিল।
===টিক ধৰা আঙঠি===
আন এবিধ বিশেষ আঙঠি হ'ল টিক ধৰা আঙঠি। এইবিধ আঙঠি সোণ আৰু ৰূপ মিহলি কৰি গঢ়োৱা হৈছিল।বিবাহৰ নিয়ম-নীতিতহে এই আঙঠিটো ব‌্যৱহাৰ কৰা হয়।
===বাখৰ পতোৱা আঙঠি===
এইবিধ আঙঠিত বিভিন্ন ৰঙৰ বাখৰ খজা থাকে।
===পোহাৰী আঙঠি===
পোহাৰী আঙঠিটো পোহাৰীবিলাকে মূৰত লৈ ফুৰা পাচিটোৰ দৰে ।
===মিনা কৰা আঙঠি===
এইবিধ আঙঠিত ৰঙা , সেউজীয়া আদি মিনা কৰোৱা হয়।
===মোহৰ আঙঠি===
পুৰুষে পিন্ধা মোহৰ আঙঠিটো মোহৰৰ সাঁচ দি গঢ়োৱা হয়। ই আভিজাত্য আৰু চহকী শ্ৰেণীৰ সূচনা কৰে।
==আঙঠিৰ লগত জড়িত বিশ্বাস==
আঙঠিয়ে হতাশা,হৃদৰোগ আদি দূৰ কৰে , অষ্টধাতুৰ আঙঠিত পাথৰ লগাই পিন্ধিলে পিন্ধোতাৰ শক্তিৰ বিকাশ হয় বুলি বিশ্বাস আছে।

{{==তথ্য সংগ্ৰহ== {{দাস,ড° নাৰায়ণ; ৰাজবংশী, ড° পৰমানন্দ,চন্দ্ৰ প্ৰকাশ, পানবজাৰ ,অসমীয়া সংস্কৃতিৰ কণিকা, পৃষ্ঠা:৩৮}}}}

15:26, 17 May 2021ৰ সংস্কৰণ


আঙঠি হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।

নিৰ্মাণ

সোণ, ৰূপ,তাম, পিতল,শংখ, হাতীদাঁত আদি বিভিন্ন ধাতু আৰু পদাৰ্থেৰে আঙঠি নিৰ্মাণ কৰা হয়। আঙঠিৰ আৰ্হিবোৰ জীৱ-জন্তু,গছ-লতা,তৰু-তৃণ, ফুল-ফল আদিৰ আৰ্হিত গঢ়োৱা হয়।

বিভিন্ন নামৰ আঙঠি

আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছ আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।

তৰ্জনী আঙঠি

এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল। 

হীৰাপতোৱা আঙঠি

এইবিধ বৰ মূল্যবান আছিল বাবে ইয়াক আগতে ৰজা-মহাৰজাসকলেহে পৰিধান কৰিছিল। 

টিক ধৰা আঙঠি

আন এবিধ বিশেষ আঙঠি হ'ল টিক ধৰা আঙঠি। এইবিধ আঙঠি সোণ আৰু ৰূপ মিহলি কৰি গঢ়োৱা হৈছিল।বিবাহৰ নিয়ম-নীতিতহে এই আঙঠিটো ব‌্যৱহাৰ কৰা হয়। 

বাখৰ পতোৱা আঙঠি

এইবিধ আঙঠিত বিভিন্ন ৰঙৰ বাখৰ খজা থাকে।

পোহাৰী আঙঠি

পোহাৰী আঙঠিটো পোহাৰীবিলাকে মূৰত লৈ ফুৰা পাচিটোৰ দৰে । 

মিনা কৰা আঙঠি

এইবিধ আঙঠিত ৰঙা , সেউজীয়া আদি মিনা কৰোৱা হয়।

মোহৰ আঙঠি

পুৰুষে পিন্ধা মোহৰ আঙঠিটো মোহৰৰ সাঁচ দি গঢ়োৱা হয়। ই আভিজাত্য আৰু চহকী শ্ৰেণীৰ সূচনা কৰে।

আঙঠিৰ লগত জড়িত বিশ্বাস

আঙঠিয়ে হতাশা,হৃদৰোগ আদি দূৰ কৰে , অষ্টধাতুৰ আঙঠিত পাথৰ লগাই পিন্ধিলে পিন্ধোতাৰ শক্তিৰ বিকাশ হয় বুলি বিশ্বাস আছে।

{{==তথ্য সংগ্ৰহ== সাঁচ:দাস,ড° নাৰায়ণ; ৰাজবংশী, ড° পৰমানন্দ,চন্দ্ৰ প্ৰকাশ, পানবজাৰ ,অসমীয়া সংস্কৃতিৰ কণিকা, পৃষ্ঠা:৩৮}}