ৰ'নাল্ড': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{About|ব্ৰাজিলিয়ান ফুটবলাৰজন|পৰ্তুগীজ ফুটবলাৰজন|ক্ৰিষ্টিয়ান' ৰ'নাল্ড'|একে নামৰ আন ব্যক্তি|ৰ'নাল্ড (নাম)}}
{{Multi-word family name|Nazário de Lima|Lima}}
{{Infobox football biography
{{Infobox football biography
| name = ৰ'নাল্ড' (Ronaldo)
| name = ৰ'নাল্ড'
| image = [[Image:Ronaldo-14-05-2013.jpg|250px]]
| image = [[Image:051119SMcC0014.jpg|250px]]
| caption = ২০১৩ চনত ৰ'নাল্ড'
| caption = ২০১৩ চনত ৰ'নাল্ড'
| fullname = ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা<br/>Ronaldo Luís Nazário de Lima
| fullname = ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা<br/>Ronaldo Luís Nazário de Lima
| height = {{convert|1.82|m|ftin}}
| height = {{convert|1.82|m|ftin}}
| birth_date = {{Birth date and age|df=yes|1976|9|18}}
| birth_date = {{Birth date and age|df=yes|1976|9|18}}
| birth_place = [[ৰিঅ' ডি জেনেইৰ']], ব্ৰাজিল
| birth_place = [[ৰিঅ' ডি জেনেইৰ']], ব্ৰাজিল
| position = ষ্ট্ৰাইকাৰ
| position = ষ্ট্ৰাইকাৰ
| youthyears1 = ১৯৯০-১৯৯৩
| youthyears1 = ১৯৯০-১৯৯৩
| youthclubs1 = চাও ক্ৰিষ্ট'ভাঅ'<ref>{{cite news|title=Após início pobre em Bento Ribeiro, Ronaldo conquista o mundo|url=http://globoesporte.globo.com/futebol/noticia/2011/02/apos-inicio-pobre-em-bento-ribeiro-ronaldo-conquista-o-mundo.html|accessdate=29 January 2014|newspaper=Globo Esporte}}</ref>

| years1 = ১৯৯৩-১৯৯৪ |clubs1 = ক্ৰুজেইৰ' |caps1 = ১৪ |goals1 = ১২
| years1 = ১৯৯৩-১৯৯৪ |clubs1 = ক্ৰুজেইৰ' |caps1 = ১৪ |goals1 = ১২
| years2 = ১৯৯৪-১৯৯৬ |clubs2 = পি এছ ভি এইণ্ড'ভেন |caps2 = ৪৬ |goals2 = ৪২
| years2 = ১৯৯৪-১৯৯৬ |clubs2 = পি এছ ভি এইণ্ড'ভেন |caps2 = ৪৬ |goals2 = ৪২
| years3 = ১৯৯৬-১৯৯৭ |clubs3 = [[বাৰ্চিল'না ফুটবল ক্লাব|বাৰ্চিল'না]] |caps3 = ৩৭ |goals3 = ৩৪
| years3 = ১৯৯৬-১৯৯৭ |clubs3 = [[বাৰ্চিল'না ফুটবল ক্লাব|বাৰ্চিল'না]] |caps3 = ৩৭ |goals3 = ৩৪
| years4 = ১৯৯৭-২০০২ |clubs4 = ইণ্টাৰ মিলান |caps4 = ৬৮ |goals4 = ৪৯
| years4 = ১৯৯৭-২০০২ |clubs4 = ইণ্টাৰ মিলান |caps4 = ৬৮ |goals4 = ৪৯
| years5 = ২০০২-২০০৭ |clubs5 = [[ৰিয়েল মাড্ৰিড ফুটবল ক্লাব|ৰিয়েল মাড্ৰিড]] |caps5 = ১২৭ |goals5 = ৮৩
| years5 = ২০০২-২০০৭ |clubs5 = [[ৰিয়েল মাড্ৰিড ফুটবল ক্লাব|ৰিয়েল মাড্ৰিড]] |caps5 = ১২৭ |goals5 = ৮৩
| years6 = ২০০৭-২০০৮ |clubs6 = এ চি মিলান |caps6 = ২০ |goals6 = ৯
| years6 = ২০০৭-২০০৮ |clubs6 = এ চি মিলান |caps6 = ২০ |goals6 = ৯
| years7 = ২০০৯-২০১১ |clubs7 = ক'ৰিন্থিয়েন্স |caps7 = ৩১ |goals7 = ১৮
| years7 = ২০০৯-২০১১ |clubs7 = ক'ৰিন্থিয়েন্স |caps7 = ৩১ |goals7 = ১৮
| totalcaps = ৩৪৩
| totalcaps = ৩৪৩
| totalgoals = ২৪৭
| totalgoals = ২৪৭
| nationalyears1=১৯৯৩ |nationalteam1=ব্ৰাজিল ১৭ বছৰ অনুৰ্দ্ধ ৰাষ্ট্ৰীয় দল |nationalcaps1=৭ |nationalgoals1=৫
| nationalyears1=১৯৯৩ |nationalteam1=ব্ৰাজিল ১৭ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল |nationalcaps1=৭ |nationalgoals1=৫
| nationalyears2=১৯৯৬ |nationalteam2=ব্ৰাজিল ২৩ বছৰ অনুৰ্দ্ধ ৰাষ্ট্ৰীয় দল |nationalcaps2=৮ |nationalgoals2=৬
| nationalyears2=১৯৯৬ |nationalteam2=ব্ৰাজিল ২৩ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল |nationalcaps2=৮ |nationalgoals2=৬
| nationalyears4=১৯৯৪-২০১১ |nationalteam4=[[ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দল|ব্ৰাজিল]] |nationalcaps4=৯৮ |nationalgoals4=৬২
| nationalyears4=১৯৯৪-২০১১ |nationalteam4=[[ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দল|ব্ৰাজিল]] |nationalcaps4=৯৮ |nationalgoals4=৬২
| medaltemplates = {{MedalOlympics}}{{MedalCountry|{{BRA}}}} {{MedalSport | Men's [[Football at the Summer Olympics|Football]]}} {{MedalBronze | [[1996 Summer Olympics|1996 Atlanta]] | [[Football at the 1996 Summer Olympics|Team Competition]]}}

}}
}}
'''ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা''' ({{IPA-pt|ʁoˈnawðu ˈlwiʒ nɐˈzaɾju ˈɫĩmɐ|local}}; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬<ref>According to "Ronaldo : the journey of a genius" by James Mosley, Ronaldo was born on 18 September, but was registered on 22 September</ref>) বা '''ৰ'নাল্ড' '''এজন''' '''প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।<ref>http://www.castrolfootball.com/legends/</ref><ref>{{cite web|url= http://soccerlens.com/top-100-greatest-ever-footballers/3888|title=Top 100 Greatest Ever Footballers}}</ref> [[ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ|ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ]] সন্মান তিনিবাৰকৈ লাভ কৰা মাত্ৰ তিনিজন খেলুৱৈৰ ভিতৰত তেৱোঁ এজন (আন দুজন [[জিনেদাইন জিদান]] আৰু [[লিয়'নেল মেছি|লিয়'নেল মেছি]]। তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ বঁটা ১৯৯৭ চনত লাভ কৰাৰ পিছত পুনৰ ২০০২ চনত ইয়াৰ অধিকাৰী হয়।
'''ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা''' ({{Lang-en|Ronaldo Luís Nazário de Lima}}; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬<ref>According to "Ronaldo : the journey of a genius" by James Mosley, Ronaldo was born on 18 September, but was registered on 22 September</ref>) বা চমুকৈ '''ৰ'নাল্ড'''' হৈছে এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।<ref>http://www.castrolfootball.com/legends/</ref><ref>{{cite web|url= http://soccerlens.com/top-100-greatest-ever-footballers/3888|title=Top 100 Greatest Ever Footballers}}</ref> [[ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ|ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ]] সন্মান তিনিবাৰকৈ লাভ কৰা মাত্ৰ তিনিজন খেলুৱৈৰ ভিতৰত তেৱোঁ এজন (আন দুজন [[জিনেদাইন জিদান]] আৰু [[লিয়'নেল মেছি|লিয়'নেল মেছি]])। তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ বঁটা ১৯৯৭ চনত লাভ কৰাৰ পিছত পুনৰ ২০০২ চনত ইয়াৰ অধিকাৰী হয়।

তেওঁ বহু লোকে যোৱা ত্ৰিশ বছৰৰ সকলোতকৈ সম্পূৰ্ণ ষ্ট্ৰাইকাৰ বুলি গণ্য কৰে। ২০০৭ চনত ফ্ৰান্স ফুটবলে প্ৰকাশ কৰা সৰ্বকালৰ একাদশত তালিকাত তেওঁ স্থান লাভ কৰিছিল। [[পেলে|পেলেই]] সংকলন কৰা মহানতম খেলুৱৈৰ তালিকা [[FIFA 100]]-তো ৰ'নাল্ড'ৱে স্থান পাইছিল। ২০১০ চনত Goal.com ৱেবছাইটে কৰা এটা অনলাইন সমীক্ষাত ৪৩.৬৩% ভোটেৰে তেওঁ "দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ"ৰ সন্মান লাভ কৰে<ref>{{cite web|url=http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2010/01/01/1719502/ronaldo-is-goalcoms-player-of-the-decade|title=Ronaldo Is Goal.com's Player of the Decade|author=Goal.com team|date=1 January 2010|work=Goal.com|publisher=[[Goal.com]]|accessdate=11 January 2010}}</ref> আৰু "দশকটোৰ দল"তো চেণ্টাৰ ফৰৱাৰ্ডৰূপে স্থান লাভ কৰে।<ref>{{cite web|url=http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2009/12/28/1713063/goalcom-player-of-the-decade-results-position-by-position|title=Goal.com Player of the Decade: Results – Position By Position & The Team of the Decade Revealed|author=Goal.com team|date=28 December 2009|work=Goal.com| publisher=Goal.com|title=ESPN-soccernews|accessdate=11 January 2010}}</ref> ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰ'নাল্ড'ই ২০১১ চনৰ চিজনৰ পিছত অৱসৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে আৰু একে সময়তে তেওঁ কৰিন্থিয়েন্সৰ লগত দুবছৰীয়া চুক্তি এখনো স্বাক্ষৰ কৰে।<ref>{{cite web|url=http://soccernet.espn.go.com/news/story?id=745706&sec=global&cc=5739|title=Ronaldo sets retirement date|accessdate=23 February 2010}}</ref>

ব্ৰাজিলৰ হৈ ৯৮ খন খেলত ৬২ টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত [[ফিফা বিশ্বকাপ|বিশ্বকাপ]] দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে [[গাৰ্ড মুলাৰ]]ৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।
ব্ৰাজিলৰ হৈ ৯৮খন খেলত ৬২টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত [[ফিফা বিশ্বকাপ|বিশ্বকাপ]] দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে [[গাৰ্ড মুলাৰ]]ৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।

খেলুৱৈ জীৱনত কেইবাবাৰো গুৰুতৰ আঘাত পোৱা ৰ'নাল্ড'ই ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। [[বিষ]] আৰু [[হাইপ'থাইৰ'ডিজম]]কে তেওঁ অৱসৰ গ্ৰহণৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে।<ref>{{cite web|url=http://globoesporte.globo.com/futebol/noticia/2011/02/emocionado-ronaldo-revela-hipotiroidismo-e-da-adeus-ao-futebol.html |title=Emocionado, Ronaldo atribui adeus às dores e ao hipotireoidismo |accessdate=14 February 2011 |date=14 February 2011 |publisher=Globo.com}}</ref> ২০১৩ জনৰ জানুৱাৰীত তেওঁক ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে বাছনি কৰা ছজন ৰাজ-দূতৰ মাজত অন্তৰ্ভুক্ত কৰা হয় (আনকেইজন আমাৰিল্ড', [[বেবেট']], কাৰ্ল'ছ এলবাৰ্ট' ট'ৰেছ, মাৰ্টা আৰু [[মাৰিঅ' জাগাল']])।<ref>[http://www.fifa.com/worldcup/organisation/ambassador/overview.html Brazil 2014 Ambassadors Named]</ref>

05:14, 1 June 2021ৰ সংস্কৰণ

ৰ'নাল্ড'

২০১৩ চনত ৰ'নাল্ড'
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা
Ronaldo Luís Nazário de Lima
জন্ম১৮ ছেপ্টেম্বৰ, ১৯৭৬ (৪৭ বছৰ)
জন্মস্থানৰিঅ' ডি জেনেইৰ', ব্ৰাজিল
উচ্চতা১.৮২ মিটাৰ (U=ft}})
খেলা স্থানষ্ট্ৰাইকাৰ
যুৱ কেৰিয়াৰ
১৯৯০-১৯৯৩চাও ক্ৰিষ্ট'ভাঅ'[1]
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৯৩-১৯৯৪ক্ৰুজেইৰ'১৪(১২)
১৯৯৪-১৯৯৬পি এছ ভি এইণ্ড'ভেন৪৬(৪২)
১৯৯৬-১৯৯৭বাৰ্চিল'না৩৭(৩৪)
১৯৯৭-২০০২ইণ্টাৰ মিলান৬৮(৪৯)
২০০২-২০০৭ৰিয়েল মাড্ৰিড১২৭(৮৩)
২০০৭-২০০৮এ চি মিলান২০(৯)
২০০৯-২০১১ক'ৰিন্থিয়েন্স৩১(১৮)
মুঠ৩৪৩(২৪৭)
ৰাষ্ট্ৰীয় দল
১৯৯৩ব্ৰাজিল ১৭ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল(৫)
১৯৯৬ব্ৰাজিল ২৩ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল(৬)
১৯৯৪-২০১১ব্ৰাজিল৯৮(৬২)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা (ইংৰাজী: Ronaldo Luís Nazário de Lima; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬[2]) বা চমুকৈ ৰ'নাল্ড' হৈছে এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।[3][4] ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান তিনিবাৰকৈ লাভ কৰা মাত্ৰ তিনিজন খেলুৱৈৰ ভিতৰত তেৱোঁ এজন (আন দুজন জিনেদাইন জিদান আৰু লিয়'নেল মেছি)। তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ বঁটা ১৯৯৭ চনত লাভ কৰাৰ পিছত পুনৰ ২০০২ চনত ইয়াৰ অধিকাৰী হয়।

তেওঁ বহু লোকে যোৱা ত্ৰিশ বছৰৰ সকলোতকৈ সম্পূৰ্ণ ষ্ট্ৰাইকাৰ বুলি গণ্য কৰে। ২০০৭ চনত ফ্ৰান্স ফুটবলে প্ৰকাশ কৰা সৰ্বকালৰ একাদশত তালিকাত তেওঁ স্থান লাভ কৰিছিল। পেলেই সংকলন কৰা মহানতম খেলুৱৈৰ তালিকা FIFA 100-তো ৰ'নাল্ড'ৱে স্থান পাইছিল। ২০১০ চনত Goal.com ৱেবছাইটে কৰা এটা অনলাইন সমীক্ষাত ৪৩.৬৩% ভোটেৰে তেওঁ "দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ"ৰ সন্মান লাভ কৰে[5] আৰু "দশকটোৰ দল"তো চেণ্টাৰ ফৰৱাৰ্ডৰূপে স্থান লাভ কৰে।[6] ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰ'নাল্ড'ই ২০১১ চনৰ চিজনৰ পিছত অৱসৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে আৰু একে সময়তে তেওঁ কৰিন্থিয়েন্সৰ লগত দুবছৰীয়া চুক্তি এখনো স্বাক্ষৰ কৰে।[7]

ব্ৰাজিলৰ হৈ ৯৮খন খেলত ৬২টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত বিশ্বকাপ দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে গাৰ্ড মুলাৰৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।

খেলুৱৈ জীৱনত কেইবাবাৰো গুৰুতৰ আঘাত পোৱা ৰ'নাল্ড'ই ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। বিষ আৰু হাইপ'থাইৰ'ডিজমকে তেওঁ অৱসৰ গ্ৰহণৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে।[8] ২০১৩ জনৰ জানুৱাৰীত তেওঁক ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে বাছনি কৰা ছজন ৰাজ-দূতৰ মাজত অন্তৰ্ভুক্ত কৰা হয় (আনকেইজন আমাৰিল্ড', বেবেট', কাৰ্ল'ছ এলবাৰ্ট' ট'ৰেছ, মাৰ্টা আৰু মাৰিঅ' জাগাল')।[9]

তথ্য সংগ্ৰহ

  1. "Após início pobre em Bento Ribeiro, Ronaldo conquista o mundo". Globo Esporte. http://globoesporte.globo.com/futebol/noticia/2011/02/apos-inicio-pobre-em-bento-ribeiro-ronaldo-conquista-o-mundo.html। আহৰণ কৰা হৈছে: 29 January 2014. 
  2. According to "Ronaldo : the journey of a genius" by James Mosley, Ronaldo was born on 18 September, but was registered on 22 September
  3. http://www.castrolfootball.com/legends/
  4. "Top 100 Greatest Ever Footballers". http://soccerlens.com/top-100-greatest-ever-footballers/3888. 
  5. Goal.com team (1 January 2010). "Ronaldo Is Goal.com's Player of the Decade". Goal.com. Goal.com. http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2010/01/01/1719502/ronaldo-is-goalcoms-player-of-the-decade। আহৰণ কৰা হৈছে: 11 January 2010. 
  6. Goal.com team (28 December 2009). "ESPN-soccernews". Goal.com. Goal.com. http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2009/12/28/1713063/goalcom-player-of-the-decade-results-position-by-position। আহৰণ কৰা হৈছে: 11 January 2010. 
  7. "Ronaldo sets retirement date". http://soccernet.espn.go.com/news/story?id=745706&sec=global&cc=5739। আহৰণ কৰা হৈছে: 23 February 2010. 
  8. "Emocionado, Ronaldo atribui adeus às dores e ao hipotireoidismo". Globo.com. 14 February 2011. http://globoesporte.globo.com/futebol/noticia/2011/02/emocionado-ronaldo-revela-hipotiroidismo-e-da-adeus-ao-futebol.html। আহৰণ কৰা হৈছে: 14 February 2011. 
  9. Brazil 2014 Ambassadors Named

বাহ্যিক সংযোগ