সদস্য বাৰ্তা:কিৰণ খনিকৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
63 নং শাৰী: | 63 নং শাৰী: | ||
[[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 04:43, 7 ছেপ্টেম্বৰ 2014 (UTC) |
[[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 04:43, 7 ছেপ্টেম্বৰ 2014 (UTC) |
||
== ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান == |
|||
প্ৰিয় {{safesubst<noinclude/>:BASEPAGENAME}}, |
|||
[[:m:Wikimedia_Foundation_elections/2021/as|২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন]] ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন। |
|||
[[:m:Wikimedia_Foundation_Board_of_Trustees|ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টী]]য়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব। |
|||
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ [[:m:Wikimedia Foundation elections/2021/Candidate Requirements/as|এই পৃষ্ঠাটো]] চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক [[:m:Wikimedia Foundation elections/2021/Apply to be a Candidate|'''ইয়াতে''']] পাব। |
|||
[[:m:Wikimedia Foundation elections committee|নিৰ্বাচন কমিটিৰ হৈ,]] |
|||
<br>[[user:Babulbaishya|বাবুল বৈশ্য]] 08:29, 12 June 2021 (ইউ.টি.চি.) |
|||
<!-- Message sent by User:Babulbaishya@metawiki using the list at https://meta.wikimedia.org/w/index.php?title=User:Babulbaishya/list&oldid=21579905 --> |
08:29, 12 June 2021ৰ সংস্কৰণ
নমস্কাৰ, কিৰণ খনিকৰ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছুমান পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে যিবোৰ ৱিকি মানদণ্ড অনুসৰি ৱিকিৰ প্ৰবন্ধ হোৱাৰ যোগ্য নহয়। উদাহৰণ স্বৰূপে জেঠুৱা উৎসৱ পৃষ্ঠাখনত লিখা অলপ চমুকৈ হ'লেও এই উৎসৱৰ বিষয়ে আপোনালোকৰ বাবে আগবঢ়ালো এই লেখাটি ধৰণৰ কথাবোৰ ৱিকিত লিখিব নোৱাৰি। ওপৰত দিয়া লিংককেইটা অলপ চকু ফুৰাবলৈ অনুৰোধ জনালো। Saidul Islam 15:41, 19 জুন 2014 (UTC)
তথ্যসূত্ৰ
"হাৰ্হি দেৱালয়" আৰু "জেঠুৱা উৎসৱ" পৃষ্ঠা দুটা সংযোগ কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেই দুটাত তথ্যসূত্ৰ (কিতাপ, ৱেবছাইট, বাতৰি কাকত) উল্লেখ কৰিবচোন। নহ'লে পাঠকৰ বাবে অলপ অসুবিধা হয়। — গীতাৰ্থ বৰদলৈ (talk) 05:16, 21 জুন 2014 (UTC)
চিকিৎসা বৈজ্ঞানিক তথ্য
আপুনি আৰম্ভ কৰা চজিনা আৰু তিতা কেৰেলা প্ৰবন্ধ দুটাত ইহঁতৰ ঔষধি গুণবোৰৰ লগত উপযুক্ত তথ্যসূত্ৰ ব্যৱহাৰ কৰা উচিত। পৰম্পৰাগত বিশ্বাসত ধৰি লোৱা অনেক বস্তুৰ অনেক ঔষধি গুণ আধুনিক চিকিৎসা চিকিৎসা বিজ্ঞানমতে মানি লোৱা নহয়। যেনে আলো ভেৰাৰ মানুহে বিশ্বাস কৰা বহুত ঔষধি গুণ চিকিৎসা বিজ্ঞানে মিচা প্ৰমাণিত কৰিছে। প্রভাকৰ শৰ্মা নেওগ (talk) 01:53, 11 জুলাই 2014 (UTC)
উপদেশৰ বাবে দুয়োজনকে ধন্যবাদ দিলো, পৰৱৰ্ত্তী সময়ত উক্ত কথাবোৰ লক্ষ্য কৰিম । কিৰণ খনিকৰ, ১১ জুলাই, ২০১৪
ৱিকিপদক
ৱিকিপিডিয়া পদক | ||
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদানৰ বাবে এই সামান্য বঁটা আগবঢ়োৱা হ'ল। আশাকৰোঁ আগলৈও এনেদৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব। প্রভাকৰ শৰ্মা নেওগ (talk) 15:04, 30 জুলাই 2014 (UTC) |
ধন্যবাদ প্ৰভাকৰ দা । ইতি কিৰণ খনিকৰ
নাম্বাৰ্ড আৰু বুলেটেড লিষ্ট
তোমাৰ "আজিৰ দিনটোত..." সম্পৰ্কীয় প্ৰবন্ধখিনিত লিষ্ট দিয়াৰ সুবিধা হ'ব বুলি এই কথাখিনি লিখিলোঁ।
ৱিকিত লিষ্ট লিখিবলৈ ৱিকিটেক্স্টৰ সুবিধা আছে। নাম্বাৰ্ড লিষ্টৰ বাবে
# aaaaaaaaaa # bbbbbbbbb ## cccccccccc ## dddddddddd # eeeeeeeee
আৰু বুলেটেড লিষ্টৰ বাবে এনেকৈ
* aaaaaaaaaa * bbbbbbbbbb ** cccccccccccccc ** dddddddddddd * eeeeeeeeee
লিখিব লাগে। তেতিয়া যথাক্ৰমে এনেকুৱা
- aaaaaaaaaa
- bbbbbbbbb
- cccccccccc
- dddddddddd
- eeeeeeeee
আৰু এনেকুৱা
- aaaaaaaaaa
- bbbbbbbbbb
- cccccccccccccc
- dddddddddddd
- eeeeeeeeee
দেখা যাব।
প্রভাকৰ শৰ্মা নেওগ (talk) 04:43, 7 ছেপ্টেম্বৰ 2014 (UTC)
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান
প্ৰিয় কিৰণ খনিকৰ,
২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)