ৰসায়ন বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
r2.6.4) (ৰবট পৰিবৰ্তন কৰিছে: zh:化學
169 নং শাৰী: 169 নং শাৰী:
[[yi:כעמיע]]
[[yi:כעמיע]]
[[zea:Scheikunde]]
[[zea:Scheikunde]]
[[zh:化]]
[[zh:化]]
[[zh-classical:化學]]
[[zh-classical:化學]]
[[zh-min-nan:Hoà-ha̍k]]
[[zh-min-nan:Hoà-ha̍k]]

03:13, 5 October 2011ৰ সংস্কৰণ

ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘ্টা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয় | বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি | ৰবাৰ্ট বয়ল নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিছাপে প্ৰতিষ্ঠা কৰাত প্ৰভূত অৰিহণা যোগায় যদিও এণ্টন লেভয়ছিয়াৰকহে আধুনিক ৰসায়নৰ পিতা বুলি অভিহিত কৰা হয় |