সমললৈ যাওক

ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(বট: 1 টি আন্তঃউইকি সংযোগ সরিয়ে নেওয়া হয়েছে, যা এখন উইকিউপাত্তের - d:q8990577 এ রয়েছে)
No edit summary
 
[[Image:Contactus-wmcolors.svg|left|60px]]
{{shortcut|WP:WEL|WP:WELCOME}} [[অসমীয়া ভাষা|অসমীয়া]] [[ৱিকিপিডিয়া]]লৈ আপোনাক আদৰণি জনাইছোঁ ।জনাইছোঁ।
[[Image:welcomebanner.gif|375px]]
 
'''ৱিকিপিডিয়া''' হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক [[বিশ্বকোষ]] । বিশ্বৰ বিভিন্ন ঠাইৰ [[ৱিকিপিডিয়ান|স্বেচ্ছাসেৱকে]] নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।তুলিছে।
 
==আপুনি যদি এজন পঢ়ুৱৈ==
আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সোৱাদ ল'ব পাৰে ।পাৰে।
 
; নিৰ্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান
আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰবন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা '''অনুসন্ধান''' ঘৰটোত সেয়া লিখি "Enter" টিপক ।টিপক। মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় ।হয়। তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব ।ব। নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।কৰক।
 
; অনিৰ্দিষ্ট যিকোনো প্ৰবন্ধ
অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰবন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা '''যিকোনো প্ৰবন্ধ''' সংযোগটোত ক্লিক কৰক ।কৰক।
 
; বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান
নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰবন্ধ চাব খুজিলে বেটুপাতৰ '''[[সাঁচ:বেটুপাতৰ বিস্তৃত সূচী|বিষয়সূচী]]'''লৈ যাওক ।যাওক।
 
; মন্তব্য কৰিবলৈ
যদি আপুনি কোনো প্ৰবন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰবন্ধটোৰ '''[[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]]''' পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।লিখক।
 
==আপুনি যদি এজন অৱদানকাৰী/সদস্য==
{{Content policy list}}
ৱিকিপিডিয়া সকলোৰে বাবে মুকলি ।মুকলি। সেইবাবে অৱদানকাৰীয়ে কিছুমান [[ৱিকিপিডিয়া:নীতি আৰু পথনিৰ্দেশিকাসমূহ|নীতি আৰু নিৰ্দেশাৱলী]] মানি চলাটো প্ৰয়োজনীয় ।প্ৰয়োজনীয়।
 
* বৰঙণি যোগোৱাৰ আগতে [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি|ৱিকিপিডিয়া কি নহয়]] আপুনি জনা উচিত ।উচিত।
* প্ৰবন্ধ লিখোঁতে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] বজাই ৰখাটো প্ৰয়োজনীয়, ইয়াত পক্ষাপাতদুষ্টতা বা [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা আৰু মতামত]]ৰ স্থান নাই ।নাই।
* ৱিকিপিডিয়ালৈ আগবঢ়োৱা সকলো অৱদান [[জি.এফ.ডি.এল]]ৰ অধীনত বিনামূলীয়াকৈ প্ৰকাশ হ'ব ।ব। অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ|স্বত্বাধিকাৰ]] আৰু [[ৱিকিপিডিয়া:প্ৰবন্ধৰ অধিকাৰিতা|প্ৰবন্ধৰ অধিকাৰিতা]] চাওক ।চাওক।
* ৱিকিপিডিয়া এটা সহযোগিতামূলক প্ৰকল্প, সেইবাবে [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|সকলো সম্পাদকে]] পাৰস্পৰিক শ্ৰদ্ধা, সাধাৰণ ভদ্ৰতা আৰু [[ৱিকিপিডিয়া:শিষ্টাচাৰ|শিষ্টাচাৰ]] গঢ়ি তোলাটো আৱশ্যক ।আৱশ্যক। কাৰোবাৰ লগত [[ৱিকিপিডিয়া:সম্পাদনা দ্বন্দদ্বন্দ্ব|মতানৈক্য]] হ'লে [[ৱিকিপিডিয়া:ভাল ভাৱ ৰাখক|আস্থা ৰাখক]] আৰু মুকলিকৈ [[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]] কৰক ।কৰক। কোনো পৃষ্ঠা সম্পাদনা কৰিলে [[সহায়:সম্পাদনা সাৰাংশ|সম্পাদনা সাৰাংশ]] উল্লেখ কৰিবলৈ নাপাহৰিব যাতে আনে আপোনাৰ সম্পাদনা/সংযোজনৰ উদ্দেশ্য বুজি পায় ।পায়।
* কোনো প্ৰবন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]]
 
==ৱিকিপিডিয়াৰ পৰিচয়==
[[als:Wikipedia:Willkommen]]
[[zh-min-nan:Wikipedia:Hoan-gêng sin iōng-chiá]]
[[ceb:Wikipedia:Maayong pag-abot, higala! ]]
[[cy:Wicipedia:Croeso, newydd-ddyfodiaid]]
[[da:Hjælp:Velkommen nybegynder]]
[[dv:ވިކިޕީޑިއާ: އައުބޭފުޅުންނަށް މަރުހަބާ! ]]
[[et:Vikipeedia:Tere tulemast Vikipeediasse]]
[[eo:Vikipedio:Bonvenon al la Vikipedio]]
[[lb:Wikipedia:Wëllkomm]]
[[lv:Vikipēdija:Esi sveicināts Vikipēdijā]]
[[lt:Pagalba:Sveiki atvykę į Laisvąją enciklopediją! ]]
[[li:Wikipedia:Wilkóm]]
[[mn:Wikipedia:Википедиад Тавтай морилно уу]]
[[sr:Википедија:Добро дошли]]
[[sv:Wikipedia:Välkommen till Wikipedia]]
[[tl:Wikipedia:Maligayang pagdating! ]]
[[roa-tara:Help:Bovègne]]
[[vi:Wikipedia:Chào mừng người mới đến]]
25,725

টা সম্পাদনা