২৭ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
1 নং শাৰী: | 1 নং শাৰী: | ||
'''২৭ নৱেম্বৰ''' {{enwiki|27 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩১ তম ([[অধিবৰ্ষ]]ত ৩৩২ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- |

||
==ঘটনাৱলী== |
==ঘটনাৱলী== |
||
# শিল্পী [[বেণু মিশ্ৰ]]ৰ জন্ম হৈছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে। |
|||
# আজিৰ দিনটোতে ১৯৪১ চনৰ কবি [[ভবেন বৰুৱা]]ৰ জন্ম হৈছিল। |
|||
# ২০০১ চনৰ আজিৰ দিনটোতে [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়। |
# ২০০১ চনৰ আজিৰ দিনটোতে [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়। |
||
# আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে। |
# আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে। |
||
# আজিৰ দিনটোতে [[আফগানিস্তান]]ৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ। |
# আজিৰ দিনটোতে [[আফগানিস্তান]]ৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ। |
||
# ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক [[এণ্ডাৰছ চেলছিয়া]]ৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত। |
# ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক [[এণ্ডাৰছ চেলছিয়া]]ৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত। |
||
# [[আলফেড নোবেল]]ৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে। |
# [[আলফেড নোবেল]]ৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে। |
||
# আজিৰ দিনটোতে ১৯৫৩ চনত নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ [[ইউজিন অ’ নীল]]ৰ মৃত্যু হৈছিল। |
|||
# আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী কবি [[হৰিবংশ ৰায় বচ্চন]]ৰ জন্ম হৈছিল। |
|||
# ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা [[সমৰ কলা]]বিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা [[ব্ৰুছ লী]]ৰ জন্ম হৈছিল। |
|||
==জন্ম== |
==জন্ম== |
08:21, 24 June 2021ৰ সংস্কৰণ
২৭ নৱেম্বৰ (ইংৰাজী: 27 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩১ তম (অধিবৰ্ষত ৩৩২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ২০০১ চনৰ আজিৰ দিনটোতে ঘনকান্ত বৰবায়ন আৰু গিৰিশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।
- আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত শিৱপ্ৰসাদ বৰুৱাক কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।
- আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
- ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
- আলফেড নোবেলৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
জন্ম
- ১৭০১ - এণ্ডাৰছ চেলছিয়া, ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক।
- ১৯০৭ - হৰিবংশ ৰায় বচ্চন, হিন্দী কবি।
- ১৯৩৯ - বেণু মিশ্ৰ, শিল্পী।
- ১৯৪১ - ভবেন বৰুৱা,কবি।
মৃত্যু
- ১৯৫৩ - ইউজিন অ’ নীল, নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ।
- ২০০৮ - বিশ্বনাথ প্ৰতাপ সিং, এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী। (জন্ম: ২৫ জুন, ১৯৩১)
দিৱস
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ২৭ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|