৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
1 নং শাৰী: | 1 নং শাৰী: | ||
{{আজিৰ দিনটো|6|7|187}} |
{{আজিৰ দিনটো|6|7|187}} |
||
==ঘটনাৱলী== |
|||
# নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে। উল্লেখযোগ্য যে এইখনেই আছিল [[অল ইণ্ডিয়া ৰেডিঅ']]যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক। |
|||
# ২০১৩ চনৰ আজিৰ তাৰিখতে [[যোৰহাট]]ৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে উদ্বোধন কৰে। |
|||
# ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে। |
|||
# [[নেতাজী সুভাষ চন্দ্ৰ বসু]]ৰ প্ৰথমবাৰৰ বাবে [[মহাত্মা গান্ধী]]ক জাতিৰ পিতা ৰূপে সম্বোধন ১৯৪৪ চনৰ আজিৰ দিনটোতে। |
|||
# ১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী [[লুই পেষ্টিউ]]ৰে [[জলাতংক ৰোগ]]ৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে। |
|||
# ৫০০ বছৰীয়া [[পটুৰ্গিজ]]ৰ পৰাধীনতাৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ সোৱাদ পাইছিল ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোতে। |
|||
==জন্ম== |
==জন্ম== |
||
* ১৯২৬ - [[মহিম বৰা]],'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা। |
* ১৯২৬ - [[মহিম বৰা]],'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা। |
09:51, 4 July 2021ৰ সংস্কৰণ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৮টা দিন বাকী থাকে।
ঘটনাৱলী
- নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে। উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
- ২০১৩ চনৰ আজিৰ তাৰিখতে যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।
- ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে।
- নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন ১৯৪৪ চনৰ আজিৰ দিনটোতে।
- ১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
- ৫০০ বছৰীয়া পটুৰ্গিজৰ পৰাধীনতাৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ সোৱাদ পাইছিল ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোতে।
জন্ম
- ১৯২৬ - মহিম বৰা,'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা।
- ১৯৪৬ - জৰ্জ ডব্লিউ বুশ্ব, ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি।
মৃত্যু
- ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
- ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
- ১৯৬০ - সূৰ্য বৰা, সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
- ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
- ২০০২ - ধীৰুভাই আম্বানী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
দিৱস
- কোমোৰোছৰ স্বাধীনতা দিৱস।
- গল্পৰ দিন।
|