অশোক বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Kuldhar Rabha (আলোচনা | বৰঙণি) removed Category:ৰামায়ণৰ ঠাইসমূহ; added Category:ৰামায়ণৰ স্থানসমূহ using HotCat |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
[[File:Hanuman's visit, in bazaar art with a Marathi caption, early 1900s.jpg|thumb|সীতাৰ সৈতে হনুমানৰ মুখামুখি, বাজাৰ আৰ্ট, ১৯০০ আৰম্ভণিত]] |
[[File:Hanuman's visit, in bazaar art with a Marathi caption, early 1900s.jpg|thumb|সীতাৰ সৈতে হনুমানৰ মুখামুখি, বাজাৰ আৰ্ট, ১৯০০ আৰম্ভণিত]] |
||
'''অশোক বন''' বা '''অশোক বাটিকা''' ({{lang-en|Ashok Vatika}}) লংকাৰ [[ৰাক্ষস]] ৰজা [[ৰাৱণ]]ৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য [[বিষ্ণু পুৰাণ]] আৰু [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো |
'''অশোক বন''' বা '''অশোক বাটিকা''' ({{lang-en|Ashok Vatika}}) লংকাৰ [[ৰাক্ষস]] ৰজা [[ৰাৱণ]]ৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য [[বিষ্ণু পুৰাণ]] আৰু [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- [[তুলসীদাস]]ৰ দ্বাৰা ৰচিত [[ৰামচৰিতমানস]]ৰ [[সুন্দৰ কাণ্ড]]ত উল্লেখ পোৱা যায়।<ref>[http://www.urday.in/rarrival.htm Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation)] {{webarchive |url=https://web.archive.org/web/20091001190348/http://www.urday.in/rarrival.htm |date=October 1, 2009 }}.</ref> অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।<ref name=vis>''Historic Rama of Valmiki: Shastragrahi Rama'', by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. ''Page 142, 189''.</ref> |
||
এই ঠাইতে [[ৰাম]]ৰ পত্নী [[সীতা]]ক [[ৰাৱণ|ৰাৱণে]] অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী [[মন্দোদৰী]]য়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল। |
এই ঠাইতে [[ৰাম]]ৰ পত্নী [[সীতা]]ক [[ৰাৱণ|ৰাৱণে]] অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী [[মন্দোদৰী]]য়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল। |
14:45, 17 July 2021ৰ সংস্কৰণ
অশোক বন বা অশোক বাটিকা (ইংৰাজী: Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰ ৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসৰ সুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।[1] অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।[2]
এই ঠাইতে ৰামৰ পত্নী সীতাক ৰাৱণে অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী মন্দোদৰীয়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।
সীতাই অশোক বাটিকাত ৰাম আৰু ৰাৱণৰ যুদ্ধৰ শেষলৈকে আছিল৷ লংকাত সীতাক বিচাৰি আহোঁতে হনুমানে অশোক বাটিকাৰ বেছিভাগ অংশ ধ্বংস কৰিছিল। লগতে অশোক বাটিকাৰ কেন্দ্ৰত থকা প্ৰমদা বাণো ধ্বংস হৈছিল৷[2]
বৰ্তমানৰ অৱস্থান
নুৱাৰা এলিয়া চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ হাকজলা বোটানিকেল গাৰ্ডেনয়ে ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত সীতাক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ সীতা আম্মান মন্দিৰ ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।[3] হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ আগ্ৰহ আকৰ্ষণ কৰিছে৷[4][5]
তথ্যসূত্ৰ
- ↑ Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation) Archived October 1, 2009, at the Wayback Machine.
- ↑ 2.0 2.1 Historic Rama of Valmiki: Shastragrahi Rama, by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. Page 142, 189.
- ↑ Ramayana sites in Sri Lanka tourslanka.com.
- ↑ Tracing evidence of Lord Ram and his times Archived 2009-03-10 at the Wayback Machine Zee News.
- ↑ "Sita's Ashok Van awaits restoration in Lanka". Sify.com.
|