২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
11 নং শাৰী: 11 নং শাৰী:


==ইত্যাদি==
==ইত্যাদি==
* ১৯৮৩ - প্ৰখ্যাত অভিনেতা [[মহাদেৱী বৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
* ২০০৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলে]] শপত গ্ৰহণ কৰে।
* ১৯৮৫ - [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
* এই দিনটোতে সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমন মেগছেছে বঁটা]] ঘোষণা কৰা হয়।
* ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলে]] শপত গ্ৰহণ কৰে।
* ১৯৯৭ চনৰ এই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
* ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
* ১৯৮৫ বৰ্ষৰ এই দিনটোতে [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
* ১৯৯৭ - সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমন মেগছেছে বঁটা]] ঘোষণা কৰা হয়।
* ১৯৮৩ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেতা [[মহাদেৱী বৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।

* আজি [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।



==দিৱস==
* [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

09:29, 22 July 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।

জন্ম

  • ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।
  • ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ জন্ম হৈছিল

মৃত্যু

  • ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক জেমছ ছেডউইকৰ মৃত্যু হয়।
  • ১৯৮০ চনৰ এই দিনটোতে বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয়।

ইত্যাদি



দিৱস

বাহ্যিক সংযোগ