২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
23 নং শাৰী: 23 নং শাৰী:


==দিৱস==
==দিৱস==
* ভাৰতৰ [[ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস]] (ইংঃ National Thermal Engineer Day)
* ভাৰতৰ [[ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস]] (ইংঃ National Thermal Engineer Day)
* [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।
* [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।



10:17, 22 July 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।

ঘটনাৱলী

জন্ম

  • ১৮০২ - ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।
  • ১৮৯৭ - প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৯১১ - বাঁহীবাদক পান্নালাল ঘোষৰ (অমলজ্য়োতি ঘোষ) জন্ম হৈছিল।
  • ১৯৫২ - বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ (কুমুদ চন্দ্ৰ হাজৰিকা) জন্ম হৈছিল
  • ১৯৬৯ - জেনিফাৰ ল'পেজ, পপ গায়িকা আৰু অভিনেত্ৰী।

মৃত্যু

  • ১৮৮৩ - ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি কেপ্তেইন মেথিউ ৱেব।
  • ১৯৭৪ - পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক জেমছ ছেডউইকৰ মৃত্যু হয়।
  • ১৯৮০ - বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয়।

দিৱস

বাহ্যিক সংযোগ