১২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
11 নং শাৰী: | 11 নং শাৰী: | ||
== মৃত্যু== |
== মৃত্যু== |
||
* ১৬০২ - আকবৰনামাৰ লেখক আৰু |
* ১৬০২ - [[আকবৰনামাৰ]] লেখক আৰু [[আকবৰ]]ৰ ৰাজসভাৰ নৱৰত্ন সকলৰ এজন, আকবৰৰ মন্ত্ৰী, [[অবুল ফজল]]ৰ মৃত্যু হৈছিল। |
||
* ১৮৪৮ - ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক [[জৰ্জ ষ্টিফেনচন]]ৰ মৃত্যু হৈছিল। |
* ১৮৪৮ - ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক [[জৰ্জ ষ্টিফেনচন]]ৰ মৃত্যু হৈছিল। |
||
* ১৯৫৫ - প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা [[সাহিত্য]]ৰ [[ন'বেল বঁটা]] বিজয়ী [[টমাছ মান]]ৰ মৃত্যু হৈছিল। |
* ১৯৫৫ - প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা [[সাহিত্য]]ৰ [[ন'বেল বঁটা]] বিজয়ী [[টমাছ মান]]ৰ মৃত্যু হৈছিল। |
10:04, 11 August 2021ৰ সংস্কৰণ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
১২ আগষ্ট (ইংৰাজী: 12 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৪তম (অধিবৰ্ষত ২২৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
- ১৯৩৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল ককা নীলমণি ফুকন।
জন্ম
- ১৯০৮ - অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।
- ১৯১৯ - ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
মৃত্যু
- ১৬০২ - আকবৰনামাৰ লেখক আৰু আকবৰৰ ৰাজসভাৰ নৱৰত্ন সকলৰ এজন, আকবৰৰ মন্ত্ৰী, অবুল ফজলৰ মৃত্যু হৈছিল।
- ১৮৪৮ - ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।
- ১৯৫৫ - প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা সাহিত্যৰ ন'বেল বঁটা বিজয়ী টমাছ মানৰ মৃত্যু হৈছিল।
দিৱস
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ১২ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|