১২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
15 নং শাৰী: 15 নং শাৰী:
* ১৯১৯ - ভাৰতীয় মহাকাশ বিজ্ঞানী [[বিক্ৰম সাৰাভাই]]ৰ জন্ম হৈছিল।
* ১৯১৯ - ভাৰতীয় মহাকাশ বিজ্ঞানী [[বিক্ৰম সাৰাভাই]]ৰ জন্ম হৈছিল।
* ১৯৭১ - পিট চাম্প্ৰাছ, আমেৰিকাৰ ১৪টা গ্লেণ্ড শ্লাম জিকা টেনিছ খেলুৱৈ।
* ১৯৭১ - পিট চাম্প্ৰাছ, আমেৰিকাৰ ১৪টা গ্লেণ্ড শ্লাম জিকা টেনিছ খেলুৱৈ।
* ১৯৮৮ - টাইছন ফিউৰি, বৰ্তমানৰ অপৰাজেয় দুবাৰ হেভিৱেইট বক্সিঙৰ (ডব্লিউ বি চি আৰু দা ৰিং) বিশ্ব বিজয়ী খেলুৱৈ।
* ১৯৮৮ - টাইছন ফিউৰি, অপৰাজেয় দুবাৰ হেভিৱেইট বক্সিঙৰ (ডব্লিউ বি চি আৰু দা ৰিং) বিশ্ব বিজয়ী খেলুৱৈ।
* ১৯৯০ - ইটালীৰ ফুটবল খেলুৱৈ মাৰিঅ' বেল'টেলী।
* ১৯৯০ - ইটালীৰ ফুটবল খেলুৱৈ মাৰিঅ' বেল'টেলী।



11:33, 11 August 2021ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১২ আগষ্ট (ইংৰাজী: 12 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৪তম (অধিবৰ্ষত ২২৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
  • ১৮৩৩ - আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল।
  • ১৮৫১ - আমেৰিকাৰ উদ্ভাৱক আইজাক চিংগাৰে চিলাই মেছিনৰ পেটেণ্ট কৰিছিল।
  • ১৯০৮ - হেনৰী ফোৰ্ড মটৰ কোম্পানীয়ে প্ৰথমখন মডেল টি (Model-T) গাড়ীৰ নিৰ্মাণ কৰিছিল।
  • ১৯৩৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল ককা নীলমণি ফুকন
  • ১৯৮১ - আই বি এমে (ইং: IBM) তেওঁলোকৰ প্ৰথমটো ব্যক্তিগত কম্পিউটাৰ মুকলি কৰে।

জন্ম

  • ১৫০৩ - ডেনমাৰ্ক আৰু নৰৱেৰ ৰজা খ্ৰীষ্টিয়ান - তৃতীয়ৰ জন্ম হৈছিল।
  • ১৯০৮ - অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।
  • ১৯১৪ - তেজী বচ্চন, সমাজকৰ্মী, মহানায়ক অমিতাভ বচ্চনৰ মাতৃ।
  • ১৯১৯ - ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
  • ১৯৭১ - পিট চাম্প্ৰাছ, আমেৰিকাৰ ১৪টা গ্লেণ্ড শ্লাম জিকা টেনিছ খেলুৱৈ।
  • ১৯৮৮ - টাইছন ফিউৰি, অপৰাজেয় দুবাৰ হেভিৱেইট বক্সিঙৰ (ডব্লিউ বি চি আৰু দা ৰিং) বিশ্ব বিজয়ী খেলুৱৈ।
  • ১৯৯০ - ইটালীৰ ফুটবল খেলুৱৈ মাৰিঅ' বেল'টেলী।

মৃত্যু

  • ১৬০২ - আকবৰনামাৰ আৰু আইন-ই-আকবৰীৰ লেখক, অনুবাদক, ইতিহাসবিদ, আকবৰৰ মন্ত্ৰী আৰু আকবৰৰ ৰাজসভাৰ নৱৰত্ন সকলৰ এজন, অবুল ফজলৰ মৃত্যু হৈছিল।
  • ১৮২৭ - ৱিলিয়াম ব্লেক, ইংৰাজ কবি আৰু চিত্ৰকৰ।
  • ১৮৪৮ - ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।
  • ১৯১৪ - জন ফিলিপ হ'লেণ্ড, ছাবমেৰিনৰ আৰ্হি প্ৰস্তুত কৰোঁতা।
  • ১৯৫৫ - প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা সাহিত্যন'বেল বঁটা বিজয়ী টমাছ মানৰ মৃত্যু হৈছিল।
  • ১৯৮২ - ভাৰতৰ বিশিষ্ট ইতিহাসবিদ, সংস্কৃত আৰু হিন্দী প্ৰবন্ধ লিখক ভগৱত চৰণ উপাধ্যায়ৰ মৃত্যু হৈছিল।

দিৱস

বাহ্যিক সংযোগ