হৰি বৰকাকতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
55 নং শাৰী: 55 নং শাৰী:
*হৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।
*হৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।
== তথ্যসূত্ৰ ==
== তথ্যসূত্ৰ ==
{{reflist}}
{{reflist}}

07:54, 15 September 2021ৰ সংস্কৰণ

হৰি বৰকাকতি
জন্ম ১৯২৯ চন
অসম
মৃত্যু ২০০৬ চন
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

হৰি বৰকাকতি (সাঁচ:ইংৰাজী:HORI BORKAKOTI) এজন সমসাময়িক কবি সকলৰ ভিতৰত তেখেতৰ কবিতা এক ব্যতিক্ৰম। আধুনিক অসমীয়া কবি সকলৰ ভিতৰত হৰি বৰকাকতি আগশাৰী কবি । তেঁও পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল। [1]

জন্ম

হৰি বৰকাকতিৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দত।[2]

সাহিত্যৰাজি

কবিতা পুথি

  • কোনোবা শীতৰ এটি বগা সন্ধিয়াত(১৯৭০)
  • সাগৰ বালিৰ খোজ(১৯৮৯)
  • চিনাকি চিনাকি গোন্ধ(১৯৯৮)
  • হৰি বৰকাকতিৰ কবিতা(১৯৭৮)
  • ছিলেকটেড পয়েমছ(১৯৯৪)
  • কাগজৰ নাও(১৯৮২) [3]

মৃত্যু

  • হৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।

তথ্যসূত্ৰ

  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭
  2. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭
  3. অসমীয়া কবি আৰু কবিতা,সম্পা-কাৰবি ডেকা হাজৰিকা,তৃতীয় বনলতা সংস্কৰণ, পৃষ্ঠা নং ২০১৯