হৰি বৰকাকতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
-chanakyakdas (আলোচনা | বৰঙণি) অNo edit summary |
-chanakyakdas (আলোচনা | বৰঙণি) |
||
55 নং শাৰী: | 55 নং শাৰী: | ||
== তথ্যসূত্ৰ == |
== তথ্যসূত্ৰ == |
||
{{reflist}} |
{{reflist}} |
||
[[শ্ৰেণী:অসমৰ ব্যক্তি]] |
|||
[[শ্ৰেণী:অসমীয়া কবি]] |
|||
[[শ্ৰেণী:মৃত ব্যক্তি]] |
02:17, 17 September 2021 অনুযায়ী বৰ্তমান সংস্কৰণ
হৰি বৰকাকতি | |
---|---|
জন্ম | ১৯২৯ চন অসম |
মৃত্যু | ২০০৬ চন |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
হৰি বৰকাকতি (ইংৰাজী: Hari Borkataki) আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হৰি বৰকাকতি এগৰাকী আগশাৰী কবি। তেওঁ পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল। [1]
জন্ম[সম্পাদনা কৰক]
হৰি বৰকাকতিৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দত।[2]
সাহিত্যৰাজি[সম্পাদনা কৰক]
কবিতা পুথি[সম্পাদনা কৰক]
- কোনোবা শীতৰ এটি বগা সন্ধিয়াত(১৯৭০)
- সাগৰ বালিৰ খোজ(১৯৮৯)
- চিনাকি চিনাকি গোন্ধ(১৯৯৮)
- হৰি বৰকাকতিৰ কবিতা(১৯৭৮)
- ছিলেকটেড পয়েমছ(১৯৯৪)
- কাগজৰ নাও(১৯৮২)[3]
মৃত্যু[সম্পাদনা কৰক]
হৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।