৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
23 নং শাৰী: | 23 নং শাৰী: | ||
[[শ্ৰেণী:ছেপ্টেম্বৰ]] |
[[শ্ৰেণী:ছেপ্টেম্বৰ]] |
||
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]] |
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]] |
||
==তথ্য সূত্ৰ== |
15:29, 29 September 2021ৰ সংস্কৰণ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯২টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৬৮৭ - মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে।
- ১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
- ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
- ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা।
- ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
- ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।
জন্ম
মৃত্যু
- ১৯৯৭ -যোগেন্দ্ৰ নাথ হাজৰিকা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
দিৱস
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ৩০ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|