সুদক্ষিনা শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
34 নং শাৰী: 34 নং শাৰী:
| signature =
| signature =
| signature_alt =
| signature_alt =
| website
| website =
}}
*"'সুদক্ষিনা শৰ্মা"' ({{ইংৰাজী:Sudkshina Sharma}}) আছিল সঙ্গীত শিল্পী। <ref>কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮</ref>
*"'সুদক্ষিনা শৰ্মা"' ({{ইংৰাজী:Sudkshina Sharma}}) আছিল সঙ্গীত শিল্পী। <ref>কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮</ref>



15:33, 29 September 2021ৰ সংস্কৰণ

সুদক্ষিনা শৰ্মা
জন্ম ১৯৩৪ চনৰ ৮ আগষ্ট
সোণাৰি
ৰাষ্ট্ৰীয়তা হিন্দু
নাগৰিকত্ব ভাৰতীয়

জম্ম

• *সুদক্ষিনা শৰ্মাৰ জন্ম হৈছিল  ১৯৩৪ চনৰ ৮ আগষ্ট ত। [2]

শিক্ষা

  • সুদক্ষিনা শৰ্মাই ১৯৪৯ চনত পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। [3]

কৰ্মজীৱন

  • তেখেতে কমলনাৰায়ণ চৌধুৰী, ভূপেন হাজৰিকা,আৰু দিলীপ শৰ্মা লগত বহুতো গীত গাইছিল। [4]
  • চল্লিশ আৰু পঞ্চাছৰ দশকত কলিকতা আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ তেঁও প্ৰায় নিয়মীয়া শিল্পী আছিল।< ref>কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮</ref>
  • বিষ্ণুপ্ৰসাদ ৰাভাৰ উদ্যোগত ১৯৪৩ চনত সুদক্ষিনা শৰ্মাৰ প্ৰথম ৰেকৰ্ড প্ৰকাশ পাইছিল। [5]

তথ্যসূত্ৰ

  1. কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮
  2. কথা বৰেণ্য, শোণিত বিজয় দাস,আৰু মুনীন বায়ন, পৃষ্ঠ নং ২৮৮
  3. কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮
  4. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮
  5. কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮