৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
19 নং শাৰী: | 19 নং শাৰী: | ||
==মৃত্যু== |
==মৃত্যু== |
||
* ১৯৮৫ - [[চাৰ্লছ ফ্ৰান্সিছ |
* ১৯৮৫ - [[চাৰ্লছ ফ্ৰান্সিছ ৰিখ্টাৰ]] (Charles Francis Richter), আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী। ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা [[ৰিখ্টাৰ প্ৰাবল্য স্কেল]]ৰ ( Richter magnitude scale) উদ্ভাৱক। |
||
* ১৯৯৭ -[[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। |
* ১৯৯৭ - [[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। |
||
* ২০০১ - [[মাধৱ ৰাও সিন্ধিয়া]], ভাৰতীয় ৰাজনেতা। |
* ২০০১ - [[মাধৱ ৰাও সিন্ধিয়া]], ভাৰতীয় ৰাজনেতা। |
||
16:49, 29 September 2021ৰ সংস্কৰণ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯২টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৬৮৭ - মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে।
- ১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
- ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
- ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা।
- ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
- ১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
- ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।
জন্ম
- ১২০৭ - ৰুমি (Rumi বা Jalāl ad-Dīn Mohammad Rūmī), পাৰ্চিয়ান কবি।
- ১৯১৫ - মদন পুৰী, হিন্দী আৰু পাঞ্জাৱী কথাছবিৰ অভিনেতা।
- ১৯২২ - ঋষিকেশ মুখাৰ্জী, ভাৰতীয় কথাছবি নিৰ্মাতা।
- ১৯৬৪ - মণিকা বেলুচী, ইটালীয়ান অভিনেত্ৰী।
- ১৯৭২ - চান বা শান্তনু মুখাৰ্জী, বলীউডৰ গায়ক।
- ১৯৮০ - মাৰ্টিনা হিংগিছ (Martina Hingis), চুইছ টেনিছ খেলুৱৈ।
- ১৯৮৬ - মাৰ্টিন গাপ্টিল (Martin Guptill), নিউজিলেণ্ডৰ ক্ৰিকেট খেলুৱৈ।
মৃত্যু
- ১৯৮৫ - চাৰ্লছ ফ্ৰান্সিছ ৰিখ্টাৰ (Charles Francis Richter), আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী। ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা ৰিখ্টাৰ প্ৰাবল্য স্কেলৰ ( Richter magnitude scale) উদ্ভাৱক।
- ১৯৯৭ - যোগেন্দ্ৰ নাথ হাজৰিকা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০০১ - মাধৱ ৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনেতা।
দিৱস
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ৩০ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|