৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
1 নং শাৰী: 1 নং শাৰী:
{{আজিৰ দিনটো|30|9|273}}
{{আজিৰ দিনটো|30|9|273}}
== ঘটনাৱলী ==
== ঘটনাৱলী ==
* ১৩৯৯ – [[হেনৰী চতুৰ্থ]]ক ইংলেণ্ডৰ ৰজা বুলি ঘোষণা কৰা হয়।
* ১৫২০ - [[চুলেইমান দা মেগ্নিফিছেণ্ট]]ে তেওঁৰ দেউতাক চেলাম প্ৰথমৰ পিছত অট'মান চুলতান হয়। (১৫৬৬ চনলৈকে শাসন কৰিছিল। )
* ১৫২০ - [[চুলেইমান দা মেগ্নিফিছেণ্ট]]ে তেওঁৰ দেউতাক চেলাম প্ৰথমৰ পিছত অট'মান চুলতান হয়। (১৫৬৬ চনলৈকে শাসন কৰিছিল। )
* ১৬৮৭ - মোগল সম্ৰাট [[ঔৰংজেব|ঔৰংগজেৱে]] [[হায়দৰাবাদ]]ৰ গোলকুন্দা দখল কৰে।
* ১৬৮৭ - মোগল সম্ৰাট [[ঔৰংজেব|ঔৰংগজেৱে]] [[হায়দৰাবাদ]]ৰ গোলকুন্দা দখল কৰে।

18:00, 29 September 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯২টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৩৯৯ – হেনৰী চতুৰ্থক ইংলেণ্ডৰ ৰজা বুলি ঘোষণা কৰা হয়।
  • ১৫২০ - চুলেইমান দা মেগ্নিফিছেণ্টে তেওঁৰ দেউতাক চেলাম প্ৰথমৰ পিছত অট'মান চুলতান হয়। (১৫৬৬ চনলৈকে শাসন কৰিছিল। )
  • ১৬৮৭ - মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে।
  • ১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
  • ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
  • ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা
  • ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
  • ১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
  • ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।

জন্ম

মৃত্যু

  • ১৯৫৩ - লিৱিছ ফ্ৰাই ৰিচাৰ্ডছন (Lewis Fry Richardson), ইংৰাজ গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, বতৰবিজ্ঞানী আৰু মনোবিজ্ঞানী। গণিতৰ ফ্ৰেক্টেল(fractal), ৰিচাৰ্ডছন এক্সট্ৰাপ'লেছন (Richardson extrapolation) আৰু বৈজ্ঞানিক মডেলিঙৰ (Scientific modelling) উদ্ভাৱক। ইয়াৰ উপৰিও যুদ্ধৰ গাণিতিক বিশ্লেষণ, বতৰৰ আগজাননী, আৰু উপকূল ৰেখা আৰু সীমাৰ দৈৰ্ঘ্যৰ ওপৰত কৰা গৱেষণাৰ বাবে জনা যায়।
  • ১৯৮৫ - চাৰ্লছ ফ্ৰান্সিছ ৰিখ্টাৰ (Charles Francis Richter), আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী। ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা ৰিখ্টাৰ প্ৰাবল্য স্কেলৰ ( Richter magnitude scale) উদ্ভাৱক।
  • ১৯৯৭ - যোগেন্দ্ৰ নাথ হাজৰিকা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ২০০১ - মাধৱ ৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনেতা।

দিৱস

বাহ্যিক সংযোগ

তথ্য সূত্ৰ