৫ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
13 নং শাৰী: 13 নং শাৰী:
আজি [[শিক্ষক দিৱস|বিশ্ব শিক্ষক দিৱস]]।
আজি [[শিক্ষক দিৱস|বিশ্ব শিক্ষক দিৱস]]।


==বাহ্যিক সংযোগ==
== বাহ্যিক সংযোগ ==
{{commons|Category:5 October|৫ অক্টোবৰ}}

* [http://news.bbc.co.uk/onthisday/hi/dates/stories/october/5 বিবিচি: এই দিনত]
* [https://learning.blogs.nytimes.com/on-this-day/october-5/ দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
[[শ্ৰেণী:অক্টোবৰ]]
[[শ্ৰেণী:অক্টোবৰ]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]

15:32, 4 October 2021ৰ সংস্কৰণ

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৫ অক্টোবৰ (ইংৰাজী: 5 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৮তম (অধিবৰ্ষত ২৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৭টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

জন্ম

  1. ১৫২৪ চনৰ আজিৰ দিনটোতে গোণ্ডৰ ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল।
  2. ১৯৬৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা আদিল হুছেইন ডাঙৰীয়াৰ জন্ম হৈছিল।
  3. ১৯৫২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী ইমৰান খানৰ জন্ম হৈছিল।

মৃত্যু

  1. ১২৮৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা ফিলিপ ৩য়ৰ মৃত্যু হৈছিল।

অন্যান্য

আজি বিশ্ব শিক্ষক দিৱস

বাহ্যিক সংযোগ