৫ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
8 নং শাৰী: | 8 নং শাৰী: | ||
==মৃত্যু== |
==মৃত্যু== |
||
* ১২৮৫ - [[ফিলিপ তৃতীয়]], [[ফ্ৰান্স]] ৰজা। |
|||
==দিৱস== |
==দিৱস== |
15:35, 4 October 2021ৰ সংস্কৰণ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
৫ অক্টোবৰ (ইংৰাজী: 5 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৮তম (অধিবৰ্ষত ২৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৭টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
জন্ম
- ১৫২৪ চনৰ আজিৰ দিনটোতে গোণ্ডৰ ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল।
- ১৯৬৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা আদিল হুছেইন ডাঙৰীয়াৰ জন্ম হৈছিল।
- ১৯৫২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী ইমৰান খানৰ জন্ম হৈছিল।
মৃত্যু
- ১২৮৫ - ফিলিপ তৃতীয়, ফ্ৰান্স ৰজা।
দিৱস
- বিশ্ব শিক্ষক দিৱস।
- বিশ্ব মহাকাশ সপ্তাহৰ দ্বিতীয় দিন।(৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ৫ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|