৫ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
5 নং শাৰী: | 5 নং শাৰী: | ||
==জন্ম== |
==জন্ম== |
||
* ১৫২৪ - [[ৰাণী দুৰ্গাৱতী]], গোণ্ডৰ |
* ১৫২৪ - [[ৰাণী দুৰ্গাৱতী]], গোণ্ডৰ ৰাণী, ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা। |
||
* ১৯৫২ - [[ইমৰান খান]], পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী। |
* ১৯৫২ - [[ইমৰান খান]], পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী। |
||
* ১৯৬৩ - [[আদিল হুছেইন]], [[অসম]]ৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। |
* ১৯৬৩ - [[আদিল হুছেইন]], [[অসম]]ৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। |
15:41, 4 October 2021ৰ সংস্কৰণ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
৫ অক্টোবৰ (ইংৰাজী: 5 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৮তম (অধিবৰ্ষত ২৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৭টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
জন্ম
- ১৫২৪ - ৰাণী দুৰ্গাৱতী, গোণ্ডৰ ৰাণী, ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা।
- ১৯৫২ - ইমৰান খান, পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী।
- ১৯৬৩ - আদিল হুছেইন, অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা।
মৃত্যু
- ১২৮৫ - ফিলিপ তৃতীয়, ফ্ৰান্স ৰজা।
দিৱস
- বিশ্ব শিক্ষক দিৱস।
- বিশ্ব মহাকাশ সপ্তাহৰ দ্বিতীয় দিন।(৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ৫ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|