ৰসায়ন বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ r2.7.2) (ৰবট যোগ দিছে :sn:Chemishonga |
অ r2.7.2+) (ৰবট যোগ দিছে :nso:Khemise |
||
117 নং শাৰী: | 117 নং শাৰী: | ||
[[nov:Kemie]] |
[[nov:Kemie]] |
||
[[nrm:Chimie]] |
[[nrm:Chimie]] |
||
[[nso:Khemise]] |
|||
[[oc:Quimia]] |
[[oc:Quimia]] |
||
[[or:ରସାୟନ ବିଜ୍ଞାନ]] |
[[or:ରସାୟନ ବିଜ୍ଞାନ]] |
22:30, 2 November 2011ৰ সংস্কৰণ
ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘ্টা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয় । বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি । ৰবাৰ্ট বয়ল নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিছাপে প্ৰতিষ্ঠা কৰাত প্ৰভূত অৰিহণা যোগায় যদিও এণ্টন লেভয়ছিয়াৰকহে আধুনিক ৰসায়নৰ পিতা বুলি অভিহিত কৰা হয় ।