সমললৈ যাওক

গোলকীকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 বাইট যোগ দিয়া হ’ল ,  11 মাহ পূৰ্বে
→‎top: ব্যাকৰণ শুধৰণি
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
(→‎top: ব্যাকৰণ শুধৰণি)
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
'''''''গোলকীকৰণ''' বা '''বিশ্বায়ন''' ({{Lang-en| Globalization}}) বিংশ শতিকাৰ শেষভাগত উদ্ভূত এক আন্তঃৰাষ্ট্ৰীয় অৱস্থা য'ত পৃথিৱীৰ বিনিয়োগ, কৰ্মসংস্থান, উৎপাদন তথা বিপণন ব্যৱস্থা এখন দেশ বা অঞ্চলৰ চাৰিসীমা পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত পৰিব্যাপ্তি লাভ কৰিছে। গোলকীকৰণ হৈছে বিশ্বব্যাপী চৰকাৰসমূহৰ, সংস্থাসমূহৰ, আৰু মানুহৰ মাজত যোগাযোগ আৰু একত্ৰীকৰণ প্ৰক্ৰিয়া। গোলকীকৰণ অভিধাটো হ'ল এটা বহুমাত্ৰিক ধাৰণাৰ সমষ্টি। বিশ্বজনীন দিশত ব্যৱসায়-বাণিজ্য, প্ৰযুক্তি, উদ্যোগ তথা অৰ্থনীতিৰ হোৱা ৰূপান্তৰকে গোলকীকৰণ বুলি কোৱা হয়। গোলকীকৰণক আন্তঃৰাষ্ট্ৰীয়কৰণ, ৰাজনৈতিক তথা অৰ্থনৈতিক উদাৰীকৰণ আৰু এক কাৰিকৰী বিপ্লৱৰ সংমিশ্ৰণ বুলি ক'ব পৰা যায়।<ref>{{Cite book |title=সমকালীন ভাৰতীয় সমাজত শিক্ষা |url=http://www.kkhsou.in/eslm//E-SLM/DIPLOMA/DElEd/2nd%20Year/Assamese/Course%2012/74-91.pdf |page=৮৫ |chapter=বিশ্বায়ন আৰু শিক্ষা |publisher=[[কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়]] |accessdate=২৮ অক্টোবৰ ২০১৯}}</ref> এক জটিল আৰু বহুমুখী ঘটনা হিচাপে, গোলকীকৰণক কিছুমানে পুঁজিবাদী সম্প্ৰসাৰণৰ ৰূপ হিচাপে বিবেচনা কৰে যি স্থানীয় তথা ৰাষ্ট্ৰীয় অৰ্থনীতিক বিশ্বজোৰা, অনিয়ন্ত্ৰিত বজাৰৰ অৰ্থনীতিৰ লগত একেলগ কৰে।<ref>Guttal, S. (2007). Globalisation. Development in Practice, 17(4/5), 523-531/www.jstor.org/stable/25548249</ref> পৰিবহণ আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশৰ ফলত গোলকীকৰণো বৃদ্ধি পাইছে। ক্ৰমবৰ্ধমান বিশ্বজোৰা ভাব-বিনিময়ৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, ধাৰণা আৰু সংস্কৃতিৰো বিকাশ ঘটিছে। গোলকীকৰণ হ'ল মূলতঃ সামাজিক আৰু সাংস্কৃতিক দিশবোৰৰ সৈতে সম্পৰ্কিত যোগাযোগ আৰু একত্ৰীকৰণৰ এক অৰ্থনৈতিক প্ৰক্ৰিয়া। দ্বন্দ্ব্ব-বিবাদ আৰু কূটনীতি গোলকীকৰণ আৰু আধুনিক গোলকীকৰণ ইতিহাসৰ এক এক বৃহৎ অংশ।
 
অৰ্থনৈতিকভাবে, গোলকীকৰণৰ সৈতে অৰ্থনৈতিক সম্পদসমূহ, যেনে: পণ্য, সেৱা, মূলধন, প্ৰযুক্তি আৰু তথ্য জড়িত।<ref name="Albrow">Albrow, Martin and Elizabeth King (eds.) (1990). ''Globalization, Knowledge and Society'' London: Sage. {{ISBN|978-0-8039-8323-6}}</ref><ref name="AlbrowKing1990">{{cite book|first1=Martin |last1=Albrow|first2=Elizabeth |last2=King|title=Globalization, knowledge, and society: readings from International sociology|url={{google books |id=lfe1AAAAIAAJ |plainurl=yes}}|year=1990 |publisher=Sage Publications |isbn=978-0-8039-8323-6}}</ref> ইয়াৰোপৰি, ই বিশ্বজোৰা বজাৰৰ বিস্তৃতিৰ ফলত পণ্য আৰু মূলধনৰ বিনিময়ৰ দৰে অৰ্থনৈতিক প্ৰক্ৰিয়াক শিথিল কৰে।<ref>{{Cite web|url=http://www.ijbssnet.com/journals/Vol_2_No_23_Special_Issue_December_2011/36.pdf|title=''Globalization and its Impacts on the World Economic Development''.}}</ref> সীমান্ত বাণিজ্যৰ বাধাসমূহক আঁতৰ কৰি বিশ্বজোৰা বজাৰ গঠনক গোলকীকৰণে সম্ভাৱ কৰি তুলিছে। বাষ্প চালিত ইঞ্জিন, বাষ্প জাহাজ, জেট ইঞ্জিন আৰু মালবাহী বিশাল জাহাজসমূহ হৈছে পৰিবহণৰ ক্ষেত্ৰত হোৱা কিছু উন্নতিৰ উদাহৰণ, আনহাতে [[টেলিগ্ৰাফ]], [[ইণ্টাৰনেট]], [[ম’বাইল ফোন]]ৰ উত্থান হৈছে দূৰসংযোগৰ আন্তঃগাঁথনিত হোৱা উন্নতিৰ উদাহৰণ। এই সকলোবোৰ প্ৰযুক্তিগত উন্নতি গোলকীকৰণৰ প্ৰধান কাৰণ আৰু ইয়াৰ ফলত বিশ্বজোৰা অৰ্থনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰত পৰস্পৰৰ নিৰ্ভশিলতাৰ সৃষ্টি হৈছে।<ref name="Imagining">{{cite web | url=http://www.elon.edu/e-web/predictions/150/1830.xhtml | title=Imagining the Internet | publisher=Elon University School of Communications | work=History of Information Technologies | accessdate=17 August 2009}}</ref><ref name="Stever_1972">{{cite journal | last1 = Stever | first1 = H. Guyford | year = 1972 | title = Science, Systems, and Society | url = | journal = Journal of Cybernetics | volume = 2 | issue = 3| pages = 1–3 | doi = 10.1080/01969727208542909 }}</ref><ref>{{cite journal|title=Shaping Globalization|first=Martin|last=Wolf|journal=Finance & Development|volume=51|issue=3|year=2014|pages=22–25|url=http://www.imf.org/external/pubs/ft/fandd/2014/09/pdf/wolf.pdf}}</ref>
বেনামী ব্যৱহাৰকাৰী