বাপ্পী লাহিড়ী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
26 নং শাৰী: 26 নং শাৰী:
}}
}}


'''আলোকেশ লাহিড়ী''' (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)<ref>{{Cite web |date=16 February 2022 |title=Veteran singer-composer Bappi Lahiri dies in Mumbai at 69 |url=https://www.hindustantimes.com/entertainment/music/veteran-singer-composer-bappi-lahiri-dies-in-mumbai-at-69-101644977715624.html |access-date=16 February 2022 |website=Hindustan Times |language=en}}</ref> এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। <ref>{{Cite web|title=Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69|url=https://www.ndtv.com/india-news/bappi-lahiri-music-composer-singer-dies-in-mumbai-hospital-at-69-news-agency-pti-2770846|access-date=2022-02-16|website=NDTV.com}}</ref> তেওঁ '''বাপ্পী লাহিড়ী''' নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ''ৱাৰদাত'', ''ডিস্কো ডান্সাৰ'', ''নমক হালাল'', ''শৰাবী'', ''নয়া কদম'', ''মাষ্টাৰজী'', ''বেৱাফাই'', ''মকছদ'', ''ছুৰাগ'', ''ইনচাফ ম্যে কৰুঙ্গা'', ''ডান্স ডান্স'', ''কমাণ্ডো'', ''চাহেব'', ''গেং লীডাৰ'', ''ছাইলাব''ৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ‌ পৰাজিত হয়।<ref>{{cite web|url=http://indianexpress.com/article/india/india-others/top-30-losers-in-lok-sabha-polls/ |title=Lok Sabha Results: Top 30 Losers |work=The Indian Express |date=10 May 2010 |access-date=17 December 2015}}</ref> ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।<ref>{{cite web|url=https://www.businesstoday.in/trending/entertainment/story/bappi-lahiri-passes-away-at-69-in-mumbai-hospital-322733-2022-02-16|title=Bappi Lahiri passes away at 69 in Mumbai Hospital|website=BussinessToday.in|date=2022-02-16|access-date=2022-02-16}}</ref>
'''আলোকেশ লাহিড়ী''' ({{lang-en|Alokesh Lahiri}}) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)<ref>{{Cite web |date=16 February 2022 |title=Veteran singer-composer Bappi Lahiri dies in Mumbai at 69 |url=https://www.hindustantimes.com/entertainment/music/veteran-singer-composer-bappi-lahiri-dies-in-mumbai-at-69-101644977715624.html |access-date=16 February 2022 |website=Hindustan Times |language=en}}</ref> এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। <ref>{{Cite web|title=Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69|url=https://www.ndtv.com/india-news/bappi-lahiri-music-composer-singer-dies-in-mumbai-hospital-at-69-news-agency-pti-2770846|access-date=2022-02-16|website=NDTV.com}}</ref> তেওঁ '''বাপ্পী লাহিড়ী''' নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ''ৱাৰদাত'', ''ডিস্কো ডান্সাৰ'', ''নমক হালাল'', ''শৰাবী'', ''নয়া কদম'', ''মাষ্টাৰজী'', ''বেৱাফাই'', ''মকছদ'', ''ছুৰাগ'', ''ইনচাফ ম্যে কৰুঙ্গা'', ''ডান্স ডান্স'', ''কমাণ্ডো'', ''চাহেব'', ''গেং লীডাৰ'', ''ছাইলাব''ৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ‌ পৰাজিত হয়।<ref>{{cite web|url=http://indianexpress.com/article/india/india-others/top-30-losers-in-lok-sabha-polls/ |title=Lok Sabha Results: Top 30 Losers |work=The Indian Express |date=10 May 2010 |access-date=17 December 2015}}</ref> ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।<ref>{{cite web|url=https://www.businesstoday.in/trending/entertainment/story/bappi-lahiri-passes-away-at-69-in-mumbai-hospital-322733-2022-02-16|title=Bappi Lahiri passes away at 69 in Mumbai Hospital|website=BussinessToday.in|date=2022-02-16|access-date=2022-02-16}}</ref>


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

05:30, 16 February 2022ৰ সংস্কৰণ

বাপ্পী লাহিড়ী

২০১৭ চনত বাপ্পী লাহিড়ী
প্ৰাথমিক তথ্য
জন্মৰ নাম আলোকেশ লাহিড়ী
জন্ম ২৭ নৱেম্বৰ, ১৯৫২ (৭১ বছৰ)
জলপাইগুড়ি, পশ্চিম বংগ
মূল উত্তৰ বংগ
মৃত্যু ১৬ ফেব্ৰুৱাৰী ২০২২
পেচা
  • গায়ক,
  • সুৰকাৰ,
  • ৰাজনীতিবিদ
  • অভিনেতা
  • ৰেকৰ্ড প্ৰযোজক
বাদ্যযন্ত্ৰ কণ্ঠ, তবলা, পিয়ানো, ড্ৰাম, গীটাৰ
কাৰ্যকাল ১৯৭২-২০২২
ৱেবছাইট bappilahiri.com


আলোকেশ লাহিড়ী (ইংৰাজী: Alokesh Lahiri) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)[1] এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। [2] তেওঁ বাপ্পী লাহিড়ী নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ৱাৰদাত, ডিস্কো ডান্সাৰ, নমক হালাল, শৰাবী, নয়া কদম, মাষ্টাৰজী, বেৱাফাই, মকছদ, ছুৰাগ, ইনচাফ ম্যে কৰুঙ্গা, ডান্স ডান্স, কমাণ্ডো, চাহেব, গেং লীডাৰ, ছাইলাবৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ‌ পৰাজিত হয়।[3] ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।[4]

তথ্যসূত্ৰ

  1. "Veteran singer-composer Bappi Lahiri dies in Mumbai at 69" (en ভাষাত). Hindustan Times. 16 February 2022. https://www.hindustantimes.com/entertainment/music/veteran-singer-composer-bappi-lahiri-dies-in-mumbai-at-69-101644977715624.html। আহৰণ কৰা হৈছে: 16 February 2022. 
  2. "Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69". NDTV.com. https://www.ndtv.com/india-news/bappi-lahiri-music-composer-singer-dies-in-mumbai-hospital-at-69-news-agency-pti-2770846। আহৰণ কৰা হৈছে: 2022-02-16. 
  3. "Lok Sabha Results: Top 30 Losers". The Indian Express. 10 May 2010. http://indianexpress.com/article/india/india-others/top-30-losers-in-lok-sabha-polls/। আহৰণ কৰা হৈছে: 17 December 2015. 
  4. "Bappi Lahiri passes away at 69 in Mumbai Hospital". BussinessToday.in. 2022-02-16. https://www.businesstoday.in/trending/entertainment/story/bappi-lahiri-passes-away-at-69-in-mumbai-hospital-322733-2022-02-16। আহৰণ কৰা হৈছে: 2022-02-16.