২৩ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী: 2 নং শাৰী:
==মৃত্যু==
==মৃত্যু==
১৯৬৯ - বলিউডৰ অভিনেত্ৰী মধুবালাৰ মৃত্যু (জন্ম ১৯৩৩)

বিশিষ্ট সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ মৃত্যু । বিশিষ্ট গীতিকাৰ আৰু সুৰকাৰগৰাকী আছিল অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথম ব্যক্তি । অসমীয়া লোকসংগীত, জিকিৰ, আধুনিক গীত আদিৰ প্ৰসাৰ আৰু প্ৰচাৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল । তেওঁ ক্লেৰিঅ'নেটৰ পৰা আৰম্ভ কৰি নাগাৰালৈকে প্ৰায় সকলো বাদ্যই বজাব জানিছিল ।

04:34, 24 February 2022ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২৩ ফেব্ৰুৱাৰী (ইংৰাজী: 23 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৪তম (অধিবৰ্ষত ৫৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১১টা দিন বাকী থাকে।

মৃত্যু