সমললৈ যাওক

৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

145 বাইট যোগ দিয়া হ’ল ,  4 মাহ পূৰ্বে
* ১৯৯৮ - [[সুমিত আন্তিল]], ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ।
 
==মৃত্যু ==
* ১৮৫৪ - [[গিয়ৰ্গ ছিমন ওম]], জাৰ্মান পদাৰ্থ বিজ্ঞানী, [[ওম সূত্ৰ]]ৰ আৱিষ্কাৰক।
* ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
* ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
* ১৯৫৪ - [[কৰ্ণেলিয়া সৰাবজি]] ভাৰতীয় বিদুষী মহিলা আছিল।
* ১৯৬০ - [[সূৰ্য বৰা]], সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
* ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)