৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
19 নং শাৰী: 19 নং শাৰী:
* ১৯৯৮ - [[সুমিত আন্তিল]], ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ।
* ১৯৯৮ - [[সুমিত আন্তিল]], ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ।


=মৃত্যু ==
==মৃত্যু ==
* ১৮৫৪ - [[গিয়ৰ্গ ছিমন ওম]], জাৰ্মান পদাৰ্থ বিজ্ঞানী, [[ওম সূত্ৰ]]ৰ আৱিষ্কাৰক।
* ১৮৫৪ - [[গিয়ৰ্গ ছিমন ওম]], জাৰ্মান পদাৰ্থ বিজ্ঞানী, [[ওম সূত্ৰ]]ৰ আৱিষ্কাৰক।
* ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
* ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
* ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
* ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
* ১৯৫৪ - [[কৰ্ণেলিয়া সৰাবজি]] ভাৰতীয় বিদুষী মহিলা আছিল।
* ১৯৬০ - [[সূৰ্য বৰা]], সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
* ১৯৬০ - [[সূৰ্য বৰা]], সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
* ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
* ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)

12:36, 4 July 2022ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৮টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৮৫ - ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
  • ১৯৪৪ - নেতাজী সুভাষ চন্দ্ৰ বসুই প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
  • ১৯৪৮ - নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
  • ১৯৫৯ - ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
  • ১৯৭৫ - ৫০০ বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
  • ২০১৩ - যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।

জন্ম

  • ১৯০৭ - ফ্ৰিডা কাল', মেক্সিকোৰ চিত্ৰ শিল্পী। (মৃঃ ১৩/০৭/১৯৫৪)
  • ১৯২৬ - মহিম বৰা,'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা।
  • ১৯৩৫ - ১৪তম দালাই লামা গিৱালৱা ৰিনপচি। (ইংঃ Gyalwa Rinpoche)
  • ১৯৪৬ - জৰ্জ ডব্লিউ বুশ্ব, ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি।
  • ১৯৪৬ - ছিলভেষ্টাৰ ষ্টেলন, হলিউডৰ অভিনেতা, ৰেম্ব' আৰু ৰকী বোলছবিৰ বাবে বিশ্ব বিখ্য়াত।
  • ১৯৪৭ - অতুল তামোলী। অসমীয়া শিশু সাহিত্যিক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ সমালোচক।
  • ১৯৫৫ - শীলা শ্ৰী প্ৰকাশ, ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট।
  • ১৯৬৪ - নৰ্তকী নটৰাজ, ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী।
  • ১৯৯৮ - সুমিত আন্তিল, ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ।

মৃত্যু

  • ১৮৫৪ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী, ওম সূত্ৰৰ আৱিষ্কাৰক।
  • ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
  • ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
  • ১৯৫৪ - কৰ্ণেলিয়া সৰাবজি ভাৰতীয় বিদুষী মহিলা আছিল।
  • ১৯৬০ - সূৰ্য বৰা, সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
  • ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
  • ২০০২ - ধীৰুভাই আম্বাণী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
  • ২০০৫ - ক্লড চাইমন, ফৰাচী ঔপন্যাসিক।

দিৱস

  • কোমোৰোছৰ স্বাধীনতা দিৱস।
  • গল্পৰ দিন।