২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
No edit summary টেগ্: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
3 নং শাৰী: | 3 নং শাৰী: | ||
==ঘটনাৱলী== |
==ঘটনাৱলী== |
||
* ১২০৬ - [[কুটুবউদ্দিন আইবাক]]ে লাহোৰৰ সিংহাসনত আৰোহণ কৰে। |
* ১২০৬ - [[কুটুবউদ্দিন আইবাক]]ে লাহোৰৰ সিংহাসনত আৰোহণ কৰে। |
||
* ১৯৮৩ - প্ৰখ্যাত |
* ১৯৮৩ - প্ৰখ্যাত সাহিত্যিক [[মহাদেৱী বৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়। |
||
* ১৯৮৫ - [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়। |
* ১৯৮৫ - [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়। |
||
* ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়। |
* ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়। |
07:16, 24 July 2022ৰ সংস্কৰণ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।
ঘটনাৱলী
- ১২০৬ - কুটুবউদ্দিন আইবাকে লাহোৰৰ সিংহাসনত আৰোহণ কৰে।
- ১৯৮৩ - প্ৰখ্যাত সাহিত্যিক মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
- ১৯৮৫ - ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
- ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দা আৰু অৰুণা আছফ আলিলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
- ১৯৯৭ - সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
- ২০০০ - সুব্বাৰামন বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হয়।
- ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে।
- ২০২১ - মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰোত্তোলনৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকে। [1]
জন্ম
- ১৮০২ - ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।
- ১৮৯৭ - প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহা চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
- ১৯১১ - বাঁহীবাদক পান্নালাল ঘোষৰ (অমলজ্য়োতি ঘোষ) জন্ম হৈছিল।
- ১৯৫২ - বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ (কুমুদ চন্দ্ৰ হাজৰিকা) জন্ম হৈছিল
- ১৯৬৯ - জেনিফাৰ ল'পেজ, পপ গায়িকা আৰু অভিনেত্ৰী।
মৃত্যু
- ১৮৮৩ - ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি কেপ্তেইন মেথিউ ৱেব।
- ১৯৭৪ - পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) আৰু নিউট্ৰণৰ আৱিষ্কাৰক জেমছ ছেডউইকৰ মৃত্যু হয়।
- ১৯৮০ - বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয়।
দিৱস
- ভাৰতৰ ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস। (ইংঃ National Thermal Engineer Day)
- ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ২৪ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
তথ্যসুত্ৰ
- ↑ Sarma, Kokil (JULY 24, 2021). "Mirabai Chanu: উত্তৰ পূবেই নহয় সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই লৈ অহা ইম্ফলৰ মীৰাবাই চানুৰ বিষয়ে আপুনি নজনা বহু কথা". NEWS18 ASSAM. প্ৰকাশক Assam. https://assam.news18.com/news/lifestyle/mirabai-chanu-profile-know-all-about-manipur-weight-lifter-who-wins-silver-at-tokyo-133907.html.