৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) |
||
26 নং শাৰী: | 26 নং শাৰী: | ||
* ১৯৯৭ - [[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। |
* ১৯৯৭ - [[যোগেন্দ্ৰ নাথ হাজৰিকা]], অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। |
||
* ২০০১ - [[মাধৱ ৰাও সিন্ধিয়া]], ভাৰতীয় ৰাজনেতা। |
* ২০০১ - [[মাধৱ ৰাও সিন্ধিয়া]], ভাৰতীয় ৰাজনেতা। |
||
* ২০১৭ - [[ৰাধিকামোহন ভাগৱতী]], অসমৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। |
|||
==দিৱস== |
==দিৱস== |
15:24, 26 September 2022ৰ সংস্কৰণ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৩৯৯ – হেনৰী চতুৰ্থক ইংলেণ্ডৰ ৰজা বুলি ঘোষণা কৰা হয়।
- ১৫২০ - চুলেইমান দা মেগ্নিফিছেণ্টে তেওঁৰ দেউতাক চেলাম প্ৰথমৰ পিছত অট'মান চুলতান হয়। (১৫৬৬ চনলৈকে শাসন কৰিছিল। )
- ১৬৮৭ - মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে।
- ১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
- ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
- ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা।
- ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
- ১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
- ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।
জন্ম
- ১২০৭ - ৰুমি (Rumi বা Jalāl ad-Dīn Mohammad Rūmī), পাৰ্চিয়ান কবি।
- ১৯১৫ - মদন পুৰী, হিন্দী আৰু পাঞ্জাৱী কথাছবিৰ অভিনেতা।
- ১৯২২ - ঋষিকেশ মুখাৰ্জী, ভাৰতীয় কথাছবি নিৰ্মাতা।
- ১৯৪১ – কমলেশ শৰ্মা, ভাৰতীয় শিক্ষাবিদ আৰু কূটনীতিবিদ, পঞ্চম কমনৱেলথ চেক্ৰেটেৰী জেনেৰেল।
- ১৯৬৪ - মণিকা বেলুচী, ইটালীয়ান অভিনেত্ৰী।
- ১৯৭২ - চান বা শান্তনু মুখাৰ্জী, বলীউডৰ গায়ক।
- ১৯৮০ - মাৰ্টিনা হিংগিছ (Martina Hingis), চুইছ টেনিছ খেলুৱৈ।
- ১৯৮৬ - মাৰ্টিন গাপ্টিল (Martin Guptill), নিউজিলেণ্ডৰ ক্ৰিকেট খেলুৱৈ।
মৃত্যু
- ১৯৫৩ - লিৱিছ ফ্ৰাই ৰিচাৰ্ডছন (Lewis Fry Richardson), ইংৰাজ গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, বতৰবিজ্ঞানী আৰু মনোবিজ্ঞানী। গণিতৰ ফ্ৰেক্টেল(fractal), ৰিচাৰ্ডছন এক্সট্ৰাপ'লেছন (Richardson extrapolation) আৰু বৈজ্ঞানিক মডেলিঙৰ (Scientific modelling) উদ্ভাৱক। ইয়াৰ উপৰিও যুদ্ধৰ গাণিতিক বিশ্লেষণ, বতৰৰ আগজাননী, আৰু উপকূল ৰেখা আৰু সীমাৰ দৈৰ্ঘ্যৰ ওপৰত কৰা গৱেষণাৰ বাবে জনা যায়।
- ১৯৮৫ - চাৰ্লছ ফ্ৰান্সিছ ৰিখ্টাৰ (Charles Francis Richter), আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী। ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা ৰিখ্টাৰ প্ৰাবল্য স্কেলৰ ( Richter magnitude scale) উদ্ভাৱক।
- ১৯৯৭ - যোগেন্দ্ৰ নাথ হাজৰিকা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০০১ - মাধৱ ৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনেতা।
- ২০১৭ - ৰাধিকামোহন ভাগৱতী, অসমৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক।
দিৱস
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ৩০ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|