৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
17 নং শাৰী: 17 নং শাৰী:
* ১৯৪১ – [[কমলেশ শৰ্মা]], ভাৰতীয় শিক্ষাবিদ আৰু কূটনীতিবিদ, পঞ্চম কমনৱেলথ চেক্ৰেটেৰী জেনেৰেল।
* ১৯৪১ – [[কমলেশ শৰ্মা]], ভাৰতীয় শিক্ষাবিদ আৰু কূটনীতিবিদ, পঞ্চম কমনৱেলথ চেক্ৰেটেৰী জেনেৰেল।
* ১৯৬৪ - [[মণিকা বেলুচী]], ইটালীয়ান অভিনেত্ৰী।
* ১৯৬৪ - [[মণিকা বেলুচী]], ইটালীয়ান অভিনেত্ৰী।
* ১৯৭২ - [[চান]] বা শান্তনু মুখাৰ্জী, বলীউডৰ গায়ক।
* ১৯৭২ - [[চান]] বা শান্তনু মুখাৰ্জী, বলীউডৰ গায়ক।
* ১৯৭৬ - [[জংকী বৰঠাকুৰ]], ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
* ১৯৮০ - [[মাৰ্টিনা হিংগিছ]] (Martina Hingis), চুইছ টেনিছ খেলুৱৈ।
* ১৯৮০ - [[মাৰ্টিনা হিংগিছ]] (Martina Hingis), চুইছ টেনিছ খেলুৱৈ।
* ১৯৮৬ - [[মাৰ্টিন গাপ্টিল]] (Martin Guptill), নিউজিলেণ্ডৰ ক্ৰিকেট খেলুৱৈ।
* ১৯৮৬ - [[মাৰ্টিন গাপ্টিল]] (Martin Guptill), নিউজিলেণ্ডৰ ক্ৰিকেট খেলুৱৈ।

15:25, 26 September 2022ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৩৯৯ – হেনৰী চতুৰ্থক ইংলেণ্ডৰ ৰজা বুলি ঘোষণা কৰা হয়।
  • ১৫২০ - চুলেইমান দা মেগ্নিফিছেণ্টে তেওঁৰ দেউতাক চেলাম প্ৰথমৰ পিছত অট'মান চুলতান হয়। (১৫৬৬ চনলৈকে শাসন কৰিছিল। )
  • ১৬৮৭ - মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে।
  • ১৯১৭ - ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
  • ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
  • ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা
  • ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
  • ১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
  • ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

তথ্য সূত্ৰ