দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
10 নং শাৰী: 10 নং শাৰী:
==প্রয়োগ==
==প্রয়োগ==



===বাংলাদেশ===
২০০৯ চনৰ ২০ জুনলৈ [[বাংলাদেশ|বাংলাদেশত]] প্রথমবাৰৰ বাবে দিবালোক সংৰক্ষণ সময় (ডিএসটি) ব্যবহৃত হয়। কিন্তু এই নিয়ম দেশখনত জনপ্রিয় নহল আৰু পৰবৰ্তী চৰকাৰে আগৰ অৱস্থালৈ উভতাই নিয়ে। পৰবৰ্তী সময়ত এই দেশত পুনৰ দিবালোক সংৰক্ষণ সময় প্রবর্তন কৰা নহয় বুলি চৰকাৰী সিদ্ধান্ত গৃহীত হয়।


==যুক্তি==
==যুক্তি==

13:34, 9 December 2011ৰ সংস্কৰণ

World map. Europe, Russia, most of North America, parts of southern South America and southern Australia, and a few other places use DST. Most of equatorial Africa and a few other places near the equator have never used DST. The rest of the land mass is marked as formerly using DST.
যদিও পৃথিৱীৰ অধিকাংশ দেশতেই ডিএসটি ব্যবহৃত নহয়, কিন্তু উত্তৰ অক্ষাংশৰ উচ্চ অক্ষাংশৰ দেশবোৰত দিবালোক সংৰক্ষণ সময় এক সাধাৰণ বিষয়।
  ডিএসটি প্রচলিত
  ডিএসটি প্রচলিত নহয়
  ডিএসটি কেতিয়াও প্রচলিত নহয়


দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম (ইংৰাজী: Daylight Saving Time), সংক্ষেপে ডিএসটি (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূর্যোদয় আৰু সূর্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূর্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে পৃথিৱীৰ উত্তৰ গোলার্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। ১৭৮৪ খ্ৰীস্টাব্দত বেঞ্জামিন ফ্ৰেঙ্কলিনে তেওঁৰ এটি খামখেয়ালিপূর্ণ প্রবন্ধত প্রথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবর্তি সময়ত এই ধাৰণাটি প্রথম ১৯০৭ খ্ৰীস্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্রিটিছ নির্মাতাই ওয়েস্ট অফ ডেলাইট (waste of Day light) নামৰ এক প্যামপ্লেটত।[1]

প্রয়োগ

বাংলাদেশ

২০০৯ চনৰ ২০ জুনলৈ বাংলাদেশত প্রথমবাৰৰ বাবে দিবালোক সংৰক্ষণ সময় (ডিএসটি) ব্যবহৃত হয়। কিন্তু এই নিয়ম দেশখনত জনপ্রিয় নহল আৰু পৰবৰ্তী চৰকাৰে আগৰ অৱস্থালৈ উভতাই নিয়ে। পৰবৰ্তী সময়ত এই দেশত পুনৰ দিবালোক সংৰক্ষণ সময় প্রবর্তন কৰা নহয় বুলি চৰকাৰী সিদ্ধান্ত গৃহীত হয়।

যুক্তি

বিতর্ক থকা সত্ত্বেও এই পদ্ধতিটোৰ পক্ষে যিবোৰ যুক্তি দেখুওৱা হয়, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আবেলিৰ সময়ত বেছি সময় পোহৰ থাকিলে ৰাস্থাত দূর্ঘটনাৰ পৰিমান কমি যায়; আৰু স্বাস্থ্য আৰু অপৰাধমূলক কর্মকাণ্ডত ইয়াৰ প্রভাৱ অস্পষ্ট।

তথ্যসূত্ৰ

  1. Daylight Saving, Microsoft Encarta Encyclopedia 2004 Deluxe, CD Version. পৰিদর্শনৰ তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১

বহিঃসংযোগ