জ্যোতিৰ্বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
No edit summary
জ্যোতির্বিজ্ঞানজ্যোতিৰ্বিজ্ঞান লৈ স্থানান্তৰিত কৰা হল: র->ৰ
(কোনো পাৰ্থক্য নাই)

01:15, 17 December 2011ৰ সংস্কৰণ

জ্যোতিৰ্বিজ্ঞান (astronomy) মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ (astrology) নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী (astronomer), আৰু জ্যোতিষশাস্ত্ৰ বিশাৰদসকলক জ্যোতিষী (astrologer) বোলা হয়|