উত্তৰ আমেৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :ace, af, als, am, an, ang, ar, arc, arz, ast, az, ba, bat-smg, bcl, be, be-x-old, bg, bm, bn, br, bs, ca, ceb, chr, ckb, co, crh, cs, csb, cu, cv, cy, da, de, diq, dsb, el, eo, es, et, eu, ext, fa, fi, fi...
49 নং শাৰী: 49 নং শাৰী:


{{Continents of the world}}
{{Continents of the world}}

[[শ্ৰেণী:ভূগোল]]


[[ace:Amirika Utara]]
[[ace:Amirika Utara]]

17:36, 18 December 2011ৰ সংস্কৰণ

উত্তৰ আমেৰিকা
মাটিকালি 24,709,000 km2
(9,540,000 sq mi)
জনসংখ্যা 528,720,588 (2008, চতুৰ্থ)
জনঘনত্ব 22.9/km2 (59.3/sq mi)[1]
বাসিন্দা উত্তৰ আমেৰিকান, আমেৰিকান[2]
দেশসমূহ 23 (তালিকা)
অধীনস্থ অঞ্চলসমূহ 25 (তালিকা)
ভাষাসমূহ ইংৰাজী, স্পেনিছ, ফৰাছী, গ্ৰীণলেণ্ডিক আৰু বহুতো
সময় অঞ্চলসমূহ UTC-10 ৰ পৰা UTC±0 লৈ
বৃহত্তম নগৰসমূহ
তালিকা

উত্তৰ আমেৰিকা (ইংৰাজী: North America; স্পেনীছ: América del Norte বা Norteamérica; ফৰাচী: Amérique du Nord; ওলন্দাজ: Noord-Amerika; পাপিয়ামেন্টো: Nort Amerika; গ্ৰীণলেণ্ডিক: Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ।[3] মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলান্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্রশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বর্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বুলা হয়।

ৰাষ্ট্ৰসমূহ

অঞ্চলসমূহ

তথ্যসূত্ৰ

  1. উত্তৰ আমেৰিকাৰ এই জনঘনত্ব ইয়াৰ কেবল স্থলভাগ 23,090,542 km2 -ক বিবেচনা কৰি গননা কৰা হৈছে।
  2. "American". Merriam-webster.com. http://www.merriam-webster.com/dictionary/American। আহৰণ কৰা হৈছে: 2011-10-31. 
  3. "United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)". United Nations Statistics Division. http://unstats.un.org/unsd/methods/m49/m49regin.htm#ftnb. 

বহিঃসংযোগ