উত্তৰ আমেৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
31 নং শাৰী: 31 নং শাৰী:


== ৰাষ্ট্ৰসমূহ ==
== ৰাষ্ট্ৰসমূহ ==
{|
|- valign="top"
|
* [[চিত্ৰ:Flag of Antigua and Barbuda.svg|22x20px|এন্টিগুৱা আৰু বাৰ্বুডাৰ পতাকা]] [[এন্টিগুৱা আৰু বাৰ্বুডা]]
* [[চিত্ৰ:Flag of the Bahamas.svg|22x20px|বাহামাৰ পতাকা]] [[বাহামা]]
* [[চিত্ৰ:Flag of Barbados.svg|22x20px|বাৰ্বাদোচৰ পতাকা]] [[বাৰ্বাদোচ]]
* [[চিত্ৰ:Flag of Belize.svg|22x20px|বেলিজৰ পতাকা]] [[বেলিজ]]
* [[চিত্ৰ:Flag of Canada.svg|22x20px|কানাডাৰ পতাকা]] [[কানাডা]]
* [[চিত্ৰ:Flag of Costa Rica.svg|22x20px|কোষ্টা ৰিকাৰ পতাকা]] [[কোষ্টা ৰিকা]]
* [[চিত্ৰ:Flag of Cuba.svg|22x20px|কিউবাৰ পতাকা]] [[কিউবা]]
* [[চিত্ৰ:Flag of Dominica.svg|22x20px|ডোমিনিকাৰ পতাকা]] [[ডোমিনিকা]]
| width="20" |
| valign=top |
* [[চিত্ৰ:Flag of the Dominican Republic.svg|22x20px|ডোমেনিকান প্ৰজাতন্ত্ৰৰ পতাকা]] [[ডোমেনিকান প্ৰজাতন্ত্ৰ]]
* [[চিত্ৰ:Flag of El Salvador.svg|22x20px|এল চালভাদৰৰ পতাকা]] [[এল চালভাদৰ]]
* [[চিত্ৰ:Flag of Grenada.svg|22x20px|গ্ৰনাডাৰ পতাকা]] [[গ্ৰানাডা]]
* [[চিত্ৰ:Flag of Guatemala.svg|22x20px|গুৱাতেমালাৰ পতাকা]] [[গুৱাতেমালা]]
* [[চিত্ৰ:Flag of Haiti.svg|22x20px|হাইতিৰ পতাকা]] [[হাইতি]]
* [[চিত্ৰ:Flag of Honduras.svg|22x20px|হন্ডুৰাচৰ পতাকা]] [[হন্ডুৰাচ]]
* [[চিত্ৰ:Flag of Jamaica.svg|22x20px|জামাইকাৰ পতাকা]] [[জামাইকা]]
* [[চিত্ৰ:Flag of Mexico.svg|22x20px|মেক্সিকোৰ পতাকা]] [[মেক্সিকো]]
| width="20" |
| valign=top |
* [[চিত্ৰ:Flag of Nicaragua.svg|22x20px|নিকাৰাগুৱাৰ পতাকা]] [[নিকাৰাগুৱা]]
* [[চিত্ৰ:Flag of Panama.svg|22x20px|পানামাৰ পতাকা]] [[পানামা]]
* [[চিত্ৰ:Flag of Saint Kitts and Nevis.svg|22x20px|চেণ্ট কিটচ আৰু নেভিচৰ পতাকা]] [[চেণ্ট কিটচ আৰু নেভিচ]]
* [[চিত্ৰ:Flag of Saint Lucia.svg|22x20px|চেণ্ট লুচিয়াৰ পতাকা]] [[চেণ্ট লুচিয়া]]
* [[চিত্ৰ:Flag of Saint Vincent and the Grenadines.svg|22x20px|চেন্ট ভিনচেন্ট আৰু গ্ৰেনাডাইন দ্বীপপুঞ্জৰ পতাকা]] [[চেন্ট ভিনচেন্ট আৰু গ্ৰেনাডাইন দ্বীপপুঞ্জ]]
* [[চিত্ৰ:Flag of Trinidad and Tobago.svg|22x20px|ত্ৰিনিদাদ আৰু টোবাগোৰ পতাকা]] [[ত্ৰিনিদাদ আৰু টোবাগো]]
* [[চিত্ৰ:Flag of the United States.svg|22x20px|মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পতাকা]] [[মাৰ্কিন যুক্তৰাষ্ট্ৰ]]
|}


==অঞ্চলসমূহ==
==অঞ্চলসমূহ==

18:04, 18 December 2011ৰ সংস্কৰণ

উত্তৰ আমেৰিকা
মাটিকালি 24,709,000 km2
(9,540,000 sq mi)
জনসংখ্যা 528,720,588 (2008, চতুৰ্থ)
জনঘনত্ব 22.9/km2 (59.3/sq mi)[1]
বাসিন্দা উত্তৰ আমেৰিকান, আমেৰিকান[2]
দেশসমূহ 23 (তালিকা)
অধীনস্থ অঞ্চলসমূহ 25 (তালিকা)
ভাষাসমূহ ইংৰাজী, স্পেনিছ, ফৰাছী, গ্ৰীণলেণ্ডিক আৰু বহুতো
সময় অঞ্চলসমূহ UTC-10 ৰ পৰা UTC±0 লৈ
বৃহত্তম নগৰসমূহ
তালিকা

উত্তৰ আমেৰিকা (ইংৰাজী: North America; স্পেনীছ: América del Norte বা Norteamérica; ফৰাচী: Amérique du Nord; ওলন্দাজ: Noord-Amerika; পাপিয়ামেন্টো: Nort Amerika; গ্ৰীণলেণ্ডিক: Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ।[3] মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলান্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্রশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বর্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বুলা হয়।

ৰাষ্ট্ৰসমূহ

অঞ্চলসমূহ

তথ্যসূত্ৰ

  1. উত্তৰ আমেৰিকাৰ এই জনঘনত্ব ইয়াৰ কেবল স্থলভাগ 23,090,542 km2 -ক বিবেচনা কৰি গননা কৰা হৈছে।
  2. "American". Merriam-webster.com. http://www.merriam-webster.com/dictionary/American। আহৰণ কৰা হৈছে: 2011-10-31. 
  3. "United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)". United Nations Statistics Division. http://unstats.un.org/unsd/methods/m49/m49regin.htm#ftnb. 

বহিঃসংযোগ