ভাৰত চৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ
সম্পাদনা সাৰংশ নাই
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) অNo edit summary |
||
{{ভাৰত চৰকাৰ}}
ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়| ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰনকৰ্তা হৈছে ভাৰত চৰকাৰ| ভাৰত চৰকাৰৰ মূখ্য আসন বুলি [[দিল্লী|দিল্লীক]] বুজাই, যিহেতু চৰকাৰৰ মূখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়|
==তথ্যসূত্ৰ==
{{reflist}}
==বাহ্যিক সংযোগ==
[[শ্ৰেণী: ভাৰত]]
|