ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
(edited with ProveIt)
27 নং শাৰী: 27 নং শাৰী:
** [http://www.iode.org/projectoffice UNESCO - IOC Project Office for IODE, Ostend (Belgium)]
** [http://www.iode.org/projectoffice UNESCO - IOC Project Office for IODE, Ostend (Belgium)]



[[শ্ৰেণী:সংগঠন]]


[[af:UNESCO]]
[[af:UNESCO]]

21:17, 26 December 2011ৰ সংস্কৰণ

ইউনেস্কো

জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে জাতিসংঘৰ এটা বিশেষ সংস্থা| বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য| ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়| ১৯৪৬ চনত এই সংস্থা জাতিসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে| পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত[1]|

তথ্যসূত্ৰ

বাহ্যিক সংযোগ