"সময়"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
270 বাইট যোগ দিয়া হ’ল ,  9 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(র -> ৰ)
{{পোখালি (সময়)}}
 
[[File:Wooden hourglass 3.jpg|thumb|200px|right|[[বালিঘড়ি]]ৰ বালিৰ প্ৰবাহক সময় গণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ওপৰ আৰু তলৰ অংশৰ বালিৰ পৰিমানে ক্ৰমে আহিবলগা আৰু পাৰ হৈ যোৱা সময় সুচিত কৰিছিল।]]
[[File:Wooden hourglass 3.jpg|thumb|200px|right|The flow of [[sand]] in an [[hourglass]] can be used to keep track of elapsed time. It also concretely represents the [[present]] as being between the [[past]] and the [[future]].]]
 
সময় হৈছে বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো মাত্ৰা(quantity)ৰ পৰিৱৰ্তনৰ হাৰ যেনে [[পদাৰ্থ]]ৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। সংঘটন সমূহৰ লৌকিক স্থানাংক তাৎক্ষণিক বৰ্তমানৰ সাপেক্ষে নিৰৱছিন্ন ভাৱে পৰিৱৰ্ত্তিত হয়। পৰিঘটনা সংঘটিত হয়, আৰু সংঘটনৰ স্থানাংক ক্ৰমে দূৰৱতী অতীতলৈ পৰ্যবসিত হয়। যুগ যুগ ধৰি সময় বা কাল ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ বাবে বহুলভাৱে আলোচ্য বিষয় হৈ আহিছে। সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰলস প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"।
 
 
[[File:ChipScaleClock2 HR.jpg|thumb|200px|Chipচিপ-scaleস্কেল [[atomicপাৰমাণৱিক clockঘড়ী]]s,; such[[গোলকীয় asস্থানাংক this one unveiled in 2004, are expected to greatly improve GPSপদ্ধতি]]ত location.ব্যৱহাৰযোগ্য।<ref>{{cite web |url=http://www.nist.gov/public_affairs/releases/miniclock.cfm |title=NIST Unveils Chip-Scale Atomic Clock |date=2004-08-27 |accessdate=2011-06-09}}</ref>]]
 
==তথ্যসূত্ৰ==
2,967

টা সম্পাদনা

সা-সঁজুলি