দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী। জন্ম দিনঃ ৩০ জানুৱ...
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী। জন্ম দিনঃ ৩০ জানুৱাৰী। ষাঠীৰ দশকত কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় হোৱা দীপালী বৰঠাকুৰে পিছলৈ ডিঙিৰ ৰোগত আক্ৰান্ত হৈ গান গাব নোৱাৰা হয়। অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]] দীপালী বৰঠাকুৰৰ স্বামী।
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী। জন্ম দিনঃ ৩০ জানুৱাৰী। ষাঠীৰ দশকত কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় হোৱা দীপালী বৰঠাকুৰে পিছলৈ ডিঙিৰ ৰোগত আক্ৰান্ত হৈ গান গাব নোৱাৰা হয়। অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]] দীপালী বৰঠাকুৰৰ স্বামী। এখেতক Nightingale of Assam বুলি জনা যায়। [[পদ্মশ্ৰী]] সন্মান প্ৰাপ্ত কণ্ঠশিল্পী।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>

==তথ্য উৎস==
{{reflist}}

17:52, 30 January 2012ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ অসমৰ এগৰাকী কণ্ঠশিল্পী। জন্ম দিনঃ ৩০ জানুৱাৰী। ষাঠীৰ দশকত কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় হোৱা দীপালী বৰঠাকুৰে পিছলৈ ডিঙিৰ ৰোগত আক্ৰান্ত হৈ গান গাব নোৱাৰা হয়। অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা দীপালী বৰঠাকুৰৰ স্বামী। এখেতক Nightingale of Assam বুলি জনা যায়। পদ্মশ্ৰী সন্মান প্ৰাপ্ত কণ্ঠশিল্পী।[1]

তথ্য উৎস