দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{stub}}
{{stub}}
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২</ref>। নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী। জন্ম দিনঃ ৩০ জানুৱাৰী। ষাঠীৰ দশকত কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় হোৱা দীপালী বৰঠাকুৰে পিছলৈ ডিঙিৰ ৰোগত আক্ৰান্ত হৈ গান গাব নোৱাৰা হয়। অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]] দীপালী বৰঠাকুৰৰ স্বামী। এখেতক Nightingale of Assam বুলি জনা যায়। [[পদ্মশ্ৰী]] সন্মান প্ৰাপ্ত কণ্ঠশিল্পী।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ '[[মটৰ নিউৰণ ৰোগ]]'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art />

দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>, অসম চৰকাৰৰ শিল্পী বঁটা, লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসমৰ চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />


==তথ্য উৎস==
==তথ্য উৎস==

13:49, 2 February 2012ৰ সংস্কৰণ


দীপালী বৰঠাকুৰ অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]। নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।[2]

দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান[2], অসম চৰকাৰৰ শিল্পী বঁটা, লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসমৰ চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

তথ্য উৎস

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২
  2. 2.0 2.1 http://www.artslant.com/ind/events/show/131548-hieroglyphs<>