বছৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.6.5) (ৰবট পৰিবৰ্তন কৰিছে: nah:Xihuitl (cāhuitl)
r2.7.1) (ৰবট যোগ দিছে :wa:Anêye
160 নং শাৰী: 160 নং শাৰী:
[[vec:An]]
[[vec:An]]
[[vi:Năm]]
[[vi:Năm]]
[[wa:Anêye]]
[[war:Tuig]]
[[war:Tuig]]
[[wo:At]]
[[wo:At]]

13:15, 11 February 2012ৰ সংস্কৰণ


বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিন কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়| বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ| অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমন কালকেই এটা বছৰ বোলা হয়|

সময়ৰ মাপ বুজাবলৈ এতিয়ালৈকে আন্তৰাষ্ট্ৰীয় ভাৱে কোনো নিৰ্দিষ্ট চিহ্ন বা প্ৰতীক নাই যদিও ইংৰাজী ভাষাত "y" বা "Yr" চিহ্ন ব্যৱহাৰ কৰা দেখা যায়|