ব-দ্বীপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :mr:त्रिभुज प्रदेश
r2.7.1) (ৰবট যোগ দিছে :yi:דעלטע
73 নং শাৰী: 73 নং শাৰী:
[[vec:Delta fluviałe]]
[[vec:Delta fluviałe]]
[[vi:Châu thổ]]
[[vi:Châu thổ]]
[[yi:דעלטע]]
[[zh:三角洲]]
[[zh:三角洲]]

10:47, 3 April 2012ৰ সংস্কৰণ

নীল নদীৰ ব-দ্বীপ

ব-দ্বীপ (ইংৰাজী: River delta) হৈছে এক প্ৰাকৃতিক ভূমি। নদীয়ে কঢ়িয়াই লৈ অনা মাটি নদীৰ মোহনাত জমা হয়। এনে দীৰ্ঘদিনধৰি জমা হোৱা মাটিয়েই ব-দ্বীপৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা দ্বীপৰ আকৃতি অসমীয়া বৰ্ণ ‘’-ৰ দৰে হোৱা বাবে ইয়াক ব-দ্বীপ নামাকৰণ কৰা হয়।

বহিঃসংযোগ