কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) পুনৰোদ্ধাৰ |
AvocatoBot (আলোচনা | বৰঙণি) অ r2.7.1) (ৰবট যোগ দিছে :ast:Poesía |
||
38 নং শাৰী: | 38 নং শাৰী: | ||
[[an:Poesía]] |
[[an:Poesía]] |
||
[[ar:شعر (أدب)]] |
[[ar:شعر (أدب)]] |
||
[[ast:Poesía]] |
|||
[[ay:Jarawi]] |
[[ay:Jarawi]] |
||
[[az:Şeir]] |
[[az:Şeir]] |
13:39, 29 April 2012ৰ সংস্কৰণ
অসমীয়া সাহিত্য | |
---|---|
চৰ্যাপদ পুথি শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা | |
অসমীয়া সাহিত্য (শ্ৰেণী: সাহিত্য) অসমীয়া ভাষা | |
সাহিত্যৰ ইতিহাস | |
অসমীয়া সাহিত্যৰ ইতিহাস | |
অসমীয়া সাহিত্যিকসকলৰ তালিকা | |
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা | |
অসমীয়া সাহিত্যিক | |
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ | |
সাহিত্যধাৰা | |
প্ৰাচীন আৰু মধ্যযুগীয় চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য আধুনিক যুগৰ সাহিত্য উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান | |
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ | |
ভাষা শিক্ষায়ন সাহিত্য পুৰস্কাৰ | |
সম্পৰ্কীয় প্ৰবেশদ্বাৰ সাহিত্য প্ৰবেশদ্বাৰ অসম প্ৰবেশদ্বাৰ | |
কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভবত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামাকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ।
কবিতাৰ জন্ম
এইটো অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ ক্ৰৌঞ্চমিথুন-বিয়োগ-জনিত শোকেই শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত কবি চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল[1] -
মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্।।
বৈশিষ্ট্য
প্ৰকাৰভেদ
|
তথ্যসূত্ৰ
- ↑ সাহিত্য-সন্দৰ্শন, শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০